কিংবদন্তি
৬৭ প্ৰবন্ধ
-
হিমবন্ত
হিমবন্ত (ইংৰাজী: Himavanta) এখন কিংবদন্তিমূলক অৰণ্য, এই অৰণ্যখনক হিমমানপন (Himmanpan) পৰ্বত বুলিও কোৱা হয়, এই হিমালয়ত অৱস্থিত বুলি কোৱা হয়। হিমবন্ত থাই সাহিত্যৰ ত্ৰিভূমিকথা (Traibhumikatha) নামৰ এক কাহিনীত বৰ্ণনা কৰা হৈছে য'ত কোৱা হৈছে যে হিমবন্ত হৈছে এনে এখন অৰণ্য য'ত বহুতো বৈচিত্ৰময় পৌৰাণিক…
-
হৌ ই
হৌ ই (ইংৰাজী: Hou Yi) হৈছে চীনৰ পৌৰাণিক কাহিনীৰ এজন ধনুৰ্ধৰ। তেওঁক চেন ই আৰু সাধাৰণভাৱে কেৱল ই বুলিও জনা গৈছিল। তেওঁক সাধাৰণতে "লৰ্ড আৰ্চাৰ" বা "ধনুৰ্ধৰ প্ৰভু" উপাধিও দিয়া হয়। তেওঁক কেতিয়াবা ধনুৰ্ধৰ দেৱতা বা মানৱজাতিক সহায় কৰিবলৈ স্বৰ্গৰ পৰা নামি অহা এজন চিয়ান (Xian) হিচাপে চিত্ৰিত কৰা হয়।
-
হৰিদাস পাল
হৰিদাস পাল হৈছে 'পাল' উপাধি থকা এজন বাঙালী হিন্দু ব্যক্তিৰ নাম। কোৱা হয় যে, এই নামৰ ব্যক্তি এক সময়ত বাংলাত ধনী, মহানুভৱ আৰু প্ৰভাৱশালী ব্যক্তি আছিল। বিপুল বিত্তশালী হয়েও সৎ আৰু দয়ালু ব্যক্তি হিচাপে সমাজত গৌৰৱ অৰ্জন কৰিছিল। বৰ্তমান বাংলা ভাষাত "হৰিদাস পাল" নামটো এটা প্ৰবাদ ৰূপে পৰিণত হৈছে।
-
ৰণকাদেৱী
ৰণকাদেৱী দ্বাদশ শতিকাৰ পশ্চিম ভাৰতৰ সৌৰাষ্ট্ৰ অঞ্চলৰ চোডাসমা শাসক খেংগাৰাৰ এগৰাকী কিংবদন্তিমূলক ৰাণী। চোডাসমা ৰজা খেংগাৰা আৰু চৌলুক্য ৰজা জয়সিংহ সিদ্ধৰাজৰ যুদ্ধক প্ৰতিনিধিত্ব কৰা সাহিত্যত তেওঁৰ উল্লেখ আছে। কিন্তু এই কিংবদন্তি বিশ্বাসযোগ্য নহয়।
-
ৰাজকুমাৰ সত্ত্ব
ৰাজকুমাৰ সত্ত্ব (ইংৰাজী: Prince Sattva) জাতকৰ কাহিনী অনুসৰি গৌতম বুদ্ধৰ পূৰ্বৰ অৱতাৰ সমূহৰ ভিতৰত এক অন্যতম অৱতাৰ।
-
ৰিজকুও মাজা
ৰিজকুও-মাজা (Rijkuo-Maja) বা ৰিকা মাজা (ছামি বা ছুইডিছ ভাষাত "ৰিচ মাজা"; ১৬৬১-১৭৫৭) আছিল মাউছজাউৰৰ এজন ছামি ন'আইডি, অৰ্থাৎ ছামি সম্প্ৰদায়ৰ নেতা, তেওঁ সমসাময়িক ছামি সম্প্ৰদায়ত তেওঁৰ প্ৰভাৱ আৰু ধন-সম্পত্তিৰ বাবে পৰিচিত আছিল আৰু ছামি ইতিহাসৰ এগৰাকী বিখ্যাত ব্যক্তিত্ব আৰু কেইবাটাও কিংবদন্তিৰ…
-
ৱমেন ইন ব্লেক (অতিপ্ৰাকৃতিক)
ৱমেন ইন ব্লেক (ইংৰাজী: Woman in Black) হ’ল এপ্লাচিয়ান লোককথাৰ এক অলৌকিক চৰিত্ৰ যিয়ে ১৯০০ চনৰ আৰম্ভণিৰপৰা মাজভাগলৈকে দক্ষিণ আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু পশ্চিম আমেৰিকা যুক্তৰাষ্ট্ৰৰ বিভিন্ন অঞ্চলত দেখা দিছিল।