এছিয়া
৩৯ প্ৰবন্ধ
-
পশ্চিম প্ৰদেশ, শ্ৰীলংকা
পশ্চিম প্ৰদেশ শ্ৰীলংকাৰ ৯খন প্ৰদেশৰ ভিতৰত অন্যতম, দেশৰ প্ৰথম পৰ্যায়ৰ প্ৰশাসনিক বিভাগ। ১৯ শতিকাৰ পৰাই এই প্ৰদেশসমূহৰ অস্তিত্ব আছিল যদিও ১৯৮৭ চনত শ্ৰীলংকাৰ সংবিধানৰ ত্ৰয়োদশ সংশোধনীৰ ফলত প্ৰাদেশিক পৰিষদ গঠন হোৱালৈকে ইয়াৰ কোনো আইনী মৰ্যাদা নাছিল।
-
মাখন চাহ
মাখন চাহ ইয়াক "ভোজা " তিব্বতী চাহক "চা ছুমা",চীনা ভাষাত: ছুয়ু চা (酥油茶), জোংখাত ছু জা (মাখনযুক্ত চাহ), লাডাখী ভাষাত চা ছু-কান বা গুৰ গুৰ চা, আৰু শ্বেৰপা ভাষাত ছু চায়া বা ফে চায়া, নেপাল, ভূটান, ভাৰত, পাকিস্তান, বিশেষকৈ খাইবাৰ পখতুনখোৱা আৰু গিলগীত-বাল্টিস্তান, আফগানিস্তান, কাজাখস্তান, তাজিকিস্তান,…
-
মিচেল য়হ
মিচেল য়হ চু কেং(; জন্মনাম: য়হ চু কেং; ৬ আগষ্ট, ১৯৬২) এগৰাকী মালয়েচিয়ান অভিনেত্ৰী। তেওঁৰ প্ৰাৰম্ভিক চলচ্চিত্ৰসমূহত তেওঁ মিচেল খান নামেৰে অভিনয় কৰিছিল, হংকঙৰ একচন চলচ্চিত্ৰৰ এটি শৃংখলাত অভিনয় কৰাৰ পিছত ১৯৯০ ৰ দশকত ইয়েছ, মেডাম (১৯৮৫), পুলিচ ষ্ট’ৰি থ্ৰী: চুপাৰকপ (১৯৯২) আৰু হলি ৱেপন (১৯৯৩) আদি…
-
মিছুৱা
মিছুৱা (মিছৱা বুলিও বানান কৰা হয়) হৈছে ঘেঁহুৰ আটাৰ পৰা তৈয়াৰী এক অতি পাতল ধৰণৰ নুডল। পূব আৰু দক্ষিণ-পূব এছিয়াত বিশেষকৈ ফিলিপাইনছ, টাইৱান, মালয়েছিয়া, ইণ্ডোনেছিয়া, ছিংগাপুৰ, ভিয়েটনাম, ব্ৰুনাই আৰু থাইলেণ্ডত ই সাধাৰণ। মিছুৱা নুডলছ অতি সুক্ষ্ম আৰু দুমিনিটতকৈও কম সময়ৰ ভিতৰত ৰান্ধিব পাৰি।
-
মুঠ ঘৰুৱা উৎপাদন অনুসৰি এছিয়াৰ দেশসমূহ
এই তালিকাখন ২০১০ চনত এছিয়াৰ দেশসমূহৰ মুঠ ঘৰুৱা উৎপাদন (Gross domestic product) অনুসৰি বজাৰ অথবা চৰকাৰী বিনিময় হাৰৰ (nominal GDP) আৰু PPP map-ৰ ওপৰত ভিত্তি কৰি তৈয়াৰ কৰা হৈছে। তথ্য সমূহ আন্তঃৰাষ্ট্ৰীয় মুদ্ৰা নিধি (International Monetary Fund)-ৰ ২০১০ চনৰ এপ্ৰিল মাহৰ তথ্যৰ পৰা আহৰণ কৰা হৈছে।
-
মে ইয়ানাং
মে ইয়ানাং হৈছে থাই, কম্বোডিয়ান আৰু লাওচিয়ান সংস্কৃতিৰ নাও আৰু বিভিন্ন বাহন পহৰা দিয়া এটা আত্মা। তেওঁলোকে নিজ নিজ সংস্কৃতিৰ পৰম্পৰাগত সাজ-পোছাক পৰিধান কৰে। মা ইয়ানাংক পূজাৰ পৰম্পৰা মাই ফচপ আৰু নাং কোৱাক আদি নাৰী দেৱতাৰ পূজাৰ পৰাই আহিছে, যিটো চীনৰ লোকধৰ্মত মাজুৰ পূজাৰ পৰা উদ্ভৱ হ'ব পাৰে।
-
হোপ দ্বীপ
হোপ দ্বীপ ভাৰতৰ কাকিনাডাৰ উপকূলৰ ওচৰত বংগোপসাগৰত অৱস্থিত এটা সৰু টেডপল আকৃতিৰ দ্বীপ।
-
হৰিছ(খাদ্য)
হৰিছ বা জৰীছ(Harees) (আৰবী: هريس), বকো বকো বা হাৰিছা (আৰ্মেনিয়ান: հարիսա, ৰোমানীকৃত: হাৰিছা) হৈছে সিজোৱা, ফাটি যোৱা বা মোটাকৈ পিহি লোৱা ঘেঁহু বা বুলগুৰৰ সৈতে মাংস মিহলাই তৈয়াৰ কৰা সুস্বাদু খাদ্য। ইয়াৰ ঘনত্ব লুথুৰী আৰু আঞ্জাৰ মাজত বেলেগ হয়।
-
ৰেচেল খং
ৰেচেল খং (জন্ম ১৯৮৫) এগৰাকী এছিয়ান মূলৰ আমেৰিকান লেখিকা আৰু সম্পাদিকা। ২০২১ চনৰপৰাই তেওঁ লছ এঞ্জেলছত বসবাস কৰি আছে।