অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ইতিহাসৰ আজিৰ দিনত

৯ মে’

ঘটনাৱলী

  • ১৯৫৫শীতল যুদ্ধ‌: পশ্চিম জাৰ্মানীয়ে নাটোত যোগদান কৰে।
  • ২০১৪শশী কাপুৰক দাদা চাহেব ফাল্কে বঁটা প্ৰদান কৰা হয়।

জন্ম

  • ১৫৪০মহাৰাণা প্ৰতাপ, ভাৰতীয় শাসনকৰ্তা।
  • ১৮৬৬গোপাল কৃষ্ণ গোখলে, ভাৰতীয় ৰাজনৈতিক নেতা আৰু সমাজ সংস্কাৰক।
  • ১৯৫৩মল্লিকা সাৰাভাই, ভাৰতীয় শাস্ত্ৰীয় নৃত্য শিল্পী তথা অভিনেত্ৰী।
  • ১৯৯২ছাই পল্লৱী, ভাৰতীয় অভিনেত্ৰী আৰু নৃত্যশিল্পী।

মৃত্যু

  • ১৯৮১দুৰ্গাবাঈ দেশমুখ, ভাৰতীয় স্বাধীনতা সংগ্ৰামী, অধিবক্তা, সমাজকৰ্মী আৰু ৰাজনীতিবিদ।
  • ১৯৮৬টেনজিং নৰ্গে, এজন নেপালী শেৰপা পৰ্বতাৰোহী আৰু এডমণ্ড হিলাৰীৰ লগত প্ৰথম এভাৰেষ্ট শৃঙ্গ বিজয়ী। (জন্ম: ২৯ মে', ১৯১৪)
  • ১৯৯৮তালাত মেহমুদ, ভাৰতীয় সংগীতজ্ঞ।
  • ২০১৫এলিজাবেথ উইলছন, আমেৰিকান অভিনেত্ৰী।
  • ২০২৩মিহিৰজ্যোতি বৰুৱা, অসমীয়া মঞ্চ আৰু চলচ্চিত্ৰ অভিনেতা।

উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ