ইতিহাসৰ আজিৰ দিনত
৭ অক্টোবৰ
ঘটনাৱলী
- ১৫১৩দা লীগ অৱ কেম্ব্ৰাইৰ যুদ্ধ: স্পেইনে ভেনিচক পৰাস্ত কৰে।
- ১৮৪০ৱিলেম দ্বিতীয় নেডাৰলেণ্ডৰ ৰজা হয়।
- ১৯১৯কেএলএম, ৰয়েল ডাচ্চ এয়াৰলাইনচৰ প্ৰতিষ্ঠা হয়। (আটাইতকৈ পুৰণি বিদ্যমান এয়াৰলাইন)
- ১৯৪৯কমিউনিষ্ট জাৰ্মান ডেমক্ৰেটিক ৰিপাব্লিক (পূব জাৰ্মানী) গঠন হয়।
- ১৯৫০মাদাৰ টেৰেছাই কলকাতাত মিছনেৰীজ অৱ চেৰিটি স্থাপন কৰিছিল।
- ১৯৫৯ছোভিয়েট ৰাছিয়াৰ লুনা-৩ মহাকাশযানৰ মহাকাশ অনুসন্ধানৰ সৌজন্যত চন্দ্ৰৰ দূৰৱৰ্তী ফাল প্ৰথমবাৰৰ বাবে দেখা গৈছিল।
- ১৯৯২ৰেপিড একচন ফৰ্চ সম্পূৰ্ণৰূপে কাৰ্যক্ষম কৰা হৈছিল।
- ১৯৯৬ফক্স নিউজ চেনেলৰ সম্প্ৰচাৰ আৰম্ভ।
- ২০০২আন্তৰ্জাতিক মহাকাশ কেন্দ্ৰৰ সমাবেশ অব্যাহত ৰাখিবলৈ এছটিএছ-১১২ স্পেচ শ্বাটল আটলান্টিছে উৎক্ষেপণ কৰে।
- ২০০৮গ্ৰহাণু ২০০৮ টিচি৩-য়ে চুদানৰ ওপৰত পৃথিৱীক প্ৰভাৱিত কৰে, প্ৰথমবাৰৰ বাবে গ্ৰহাণুৰ প্ৰভাৱ পৃথিৱীৰ বায়ুমণ্ডলত প্ৰৱেশ কৰাৰ আগতে ধৰা পৰে।
জন্ম
- ১৮৮৫নিলছ্ ব'ৰ, কোৱাণ্টাম পদাৰ্থ বিজ্ঞান সম্প্ৰসাৰিত কৰা ডেনিছ পদাৰ্থবিজ্ঞানী আৰু ১৯২২ চনত ন'বেল বঁটা লাভ কৰিছিল। ডেনমাৰ্কৰ ক'পেনহেগেনত জন্মগ্ৰহণ কৰিছিল। (মৃ: ১৯৬২)
- ১৯১৪বেগম আখ্টাৰ, প্ৰসিদ্ধ গজল গায়িকা আৰু অভিনেত্ৰী।
- ১৯২২বলীৰাম ভগত, স্বাধীনতা সংগ্ৰামী আৰু লোকসভাৰ প্ৰাক্তন অধ্যক্ষ।
- ১৯৩৯বিজয়া চক্ৰৱৰ্তী, অসমৰ এগৰাকী ৰাজনীতিক।
- ১৯৫২ভ্লাদিমিৰ পুটিন, এজন ৰাছিয়াৰ ৰাজনীতিবিদ আৰু প্ৰাক্তন চোৰাংচোৱা বিষয়া যি ২০১২ চনৰ পৰা ৰাছিয়াৰ বৰ্তমানৰ ৰাষ্ট্ৰপতি হিচাপে কাৰ্যনিৰ্বাহ কৰি আছে।
- ১৯৬০অশ্বিনী ভিড়ে-দেশপাণ্ডে, এগৰাকী ভাৰতীয় কণ্ঠশিল্পী।
- ১৯৬৬ৰেণুকা শ্বাহানে, বলীউডৰ চলচ্চিত্ৰ উদ্যোগ আৰু ভাৰতীয় দূৰদৰ্শনত কাম কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী, যাক দূৰদৰ্শন টিভি অনুষ্ঠান সুৰভি (১৯৯৩-২০০১)ৰ সহ-উপস্থাপক হিচাপে জনা যায়।
- ১৯৭৫ৰাজজ্যোতি কোঁৱৰ, অসমৰ এজন গায়ক আৰু সুৰকাৰ।
- ১৯৭৯যুক্তা মুখী, এগৰাকী ভাৰতীয় অভিনেত্ৰী, নাগৰিক কৰ্মী আৰু মিছ ৱৰ্ল্ড ১৯৯৯ ৰ বিজয়ী।
- ১৯৭৯জাহিৰ খান, ভাৰতীয় ক্ৰিকেটাৰ।
- ১৯৮১অভিজিৎ শাৱন্ত, ভাৰতীয় নেপথ্য গায়ক, অভিনেতা আৰু উপস্থাপক।
মৃত্যু
- ১৭০৮গুৰু গোবিন্দ সিং, ভাৰতীয় দশম শিখ গুৰু। (জন্ম: ১৬৬৬)
- ১৯৫০ৱিলিছ কেৰিয়াৰ, আমেৰিকান অভিযন্তা (আধুনিক শীতা-তাপ নিয়ন্ত্ৰণ বিকাশ কৰা), ৭৩ বছৰ বয়সত মৃত্যু হয়।
- ১৯৭২অনিল বৰা, ভাষাৰ মাধ্যম আন্দোলনৰ শ্বহীদ।
- ১৯৭৫দেৱানাহাল্লি ভেংকটৰমনায়া গুণ্ডাপ্পা, কানাড়া লেখক আৰু দাৰ্শনিক।
- ২০২০মাৰিঅ মলিনা, মেক্সিকান বিজ্ঞানী, ১৯৯৫ চনৰ ৰসায়ন বিজ্ঞানৰ নবেল বঁটা জয়ী (অ'জ'ন স্তৰৰ ওপৰত চিএফচিৰ (CFC) প্ৰভাৱ), ৭৭ বছৰ বয়সত মৃত্যু হয়।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ