ইতিহাসৰ আজিৰ দিনত
১৩ অক্টোবৰ
ঘটনাৱলী
- ১৯৪৩ইটালীয়ে জাৰ্মানীৰ পূৰ্ব বন্ধু দেশবোৰৰ বিৰুদ্ধে যুদ্ধ ঘোষণা কৰিছিল।
- ১৯৮৮আমেৰিকাই নেবাডাত পৰমাণু পৰীক্ষা সফল ভাৱে সম্পন্ন কৰিছিল।
- ১৯৯৯অটল বিহাৰী বাজপেয়ী তৃতীয় বাৰৰ বাবে ভাৰতৰ প্ৰধান মন্ত্ৰী হৈছিল।
- ১৯৯৯সংযুক্ত ৰাষ্ট্ৰ আমেৰিকাৰ চিনেটে Comprehensive Nuclear Test Ban Treaty (CTBT)ৰ বিৰোধিতা কৰিছিল।
- ২০০১আফগানিস্তানত এসপ্তাহ আমেৰিকান আক্ৰমণৰ ফলত শতাধিক লোকৰ মৃত্যু হয়, বহু লোক আক্ৰান্ত হয়।
জন্ম
- ১৮৯৫চি. কে. নাইডু, ভাৰতীয় ক্ৰিকেট দলৰ প্ৰথম টেষ্ট কেপ্টেইন।
- ১৯১১অশোক কুমাৰ, ভাৰতীয় চলচ্চিত্ৰ তাৰকা।
- ১৯৪৮নুচৰত ফটেহ আলী খান, প্ৰসিদ্ধ ছুফী আৰু কাবালী গায়ক।
- ১৯৫৮জামাল আহমেদ ষাশ্বকজী, চৌদি আৰবীয় সাংবাদিক, লেখক আৰু আল-আৰব নিউজ ছেনেলৰ এজন প্ৰাক্তন মহাপ্ৰবন্ধক আৰু মুখ্য সম্পাদক।
মৃত্যু
- ১৯১১ভগ্নী নিবেদিতা, ভাৰতীয় সমাজকৰ্মী, লেখিকা।
- ১৯৮৭কিশোৰ কুমাৰ, ভাৰতৰ প্ৰখ্যাত সংগীতশিল্পী তথা অভিনেতা।
- ২০০২ইলা মিত্ৰ, ভাৰতীয় উপমহাদেশৰ বিশেষকৈ পূব বংগ (বৰ্তমান বাংলাদেশ) -ৰ সাম্যবাদী আৰু কৃষক সংগ্ৰামী নেতা৷
- ২০০৪নিৰূপা ৰয় (কোকিলা কিশোৰচন্দ্ৰ বুলচাৰা), হিন্দী ছবিৰ পাৰ্শ্ব চৰিত্ৰত অভিনয় কৰা এগৰাকী ভাৰতীয় অভিনেত্ৰী।
উৎস: অসমীয়া ৱিকিপিডিয়াৰ দিনপঞ্জী পৃষ্ঠা (CC BY-SA)। দিনটোৰ সম্পূৰ্ণ প্ৰবন্ধ