ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয় বাংগালোৰত অৱস্থিত এখন স্বাস্থ্য বিজ্ঞানৰ বিশ্ববিদ্যালয়। এই বিশ্ববিদ্যালয়খনি কৰ্ণাটক চৰকাৰে ১৯৯৬ চনত সমগ্ৰ কৰ্ণাটক ৰাজ্যৰ চিকিৎসা বিজ্ঞানৰ শিক্ষা আৰু ইয়াৰ মানদণ্ড উন্নতৰ হেতুকে স্থাপন কৰে।
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ৰাজীৱ গান্ধী স্বাস্থ্য বিজ্ঞান বিশ্ববিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩১৮৪৩০ (২ এপ্ৰিল ২০২২)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।