অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
খেল-ধেমালি

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (পৃষ্ঠপোষকতাৰ বাবে টাটা আই পি এল ২০২৪, লগতে আই পি এল ২০২৪ নামেৰেও পৰিচিত) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন হ'ব। ইয়াৰ পৰিচালনা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে। টুৰ্ণামেণ্টখন মুঠ ১০টা দলৰ মাজত ২০২৪ চনৰ ২২ মাৰ্চৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’ব।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৪ ৬১ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ (পৃষ্ঠপোষকতাৰ বাবে টাটা আই পি এল ২০২৪, লগতে আই পি এল ২০২৪ নামেৰেও পৰিচিত) ইণ্ডিয়ান প্ৰিমিয়াৰ লীগৰ ১৭ সংখ্যক ছিজন হ'ব। ইয়াৰ পৰিচালনা কৰিছে ভাৰতৰ ক্ৰিকেট নিয়ন্ত্ৰণ ব’ৰ্ডে।১ টুৰ্ণামেণ্টখন মুঠ ১০টা দলৰ মাজত ২০২৪ চনৰ ২২ মাৰ্চৰ পৰা ২৬ মে’লৈ অনুষ্ঠিত হ’ব।২

সম্প্ৰসাৰণ

ষ্টাৰ স্প’ৰ্টছ এই ছিজনৰ অফিচিয়েল টিভি সম্প্ৰচাৰক, আনহাতে জিঅ’ চিনেমা হৈছে অফিচিয়েল ডিজিটেল সম্প্ৰচাৰক।

তথ্যসূত্ৰ

  1. ↑ (2023-05-29). When is the next Indian Premier League? IPL 2024 auction date and season schedule. www.sportingnews.com
  2. ↑ 'IPL most likely to start from..': Chairman Arun Dhumal says BCCI to work with government over fixtures. Times of India

সম্পৰ্কিত শ্ৰেণী

ইণ্ডিয়ান প্ৰিমিয়াৰ লীগক্ৰিকেট

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “২০২৪ চনৰ ইণ্ডিয়ান প্ৰিমিয়াৰ লীগ” প্ৰবন্ধৰ সংশোধন ৪৩৮৮১৪ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।