অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হৰ হৰ মহাদেৱ

হৰ হৰ মহাদেৱ হিন্দু দেৱতা শিৱৰ প্ৰশংসাত সংস্কৃত আমন্ত্ৰণ। এই আমন্ত্ৰণত শিৱৰ দুটা উপনাম হৰ আৰু মহাদেৱ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াক শিৱৰ অনুগামীসকলে শুভ অনুষ্ঠান যেনে প্ৰাৰ্থনা আৰু শিৱ মন্দিৰত প্ৰৱেশৰ সময়ত জপ কৰে।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৫ ৬৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

হৰ হৰ মহাদেৱ হিন্দু দেৱতা শিৱৰ প্ৰশংসাত সংস্কৃত আমন্ত্ৰণ।১২ এই আমন্ত্ৰণত শিৱৰ দুটা উপনাম হৰ আৰু মহাদেৱ ব্যৱহাৰ কৰা হয়। সাধাৰণতে ইয়াক শিৱৰ অনুগামীসকলে শুভ অনুষ্ঠান যেনে প্ৰাৰ্থনা আৰু শিৱ মন্দিৰত প্ৰৱেশৰ সময়ত জপ কৰে।৩

কিংবদন্তি ৰাণী পদ্মিণী আৰু লাখ লাখ মহিলাই আলাউদ্দিন খিলজীৰপৰা নিজৰ সন্মান বচাবলৈ জৌহৰ(বিষপান)ৰ অভ্যাস কৰাৰ সময়ত শিৱৰ এই আমন্ত্ৰণ আওৰাইছিল।৪ মাৰাঠা সাম্ৰাজ্যৰ সৈনিক আৰু ৰজাসকলৰ যুদ্ধৰ উৎসাহজনক চিঞৰ হিচাপেও ইয়াক ব্যৱহাৰ কৰা হৈছিল।

তথ্যসূত্ৰ

  1. ↑ Madan, T. N. (1988). Way of Life: King, Householder, Renouncer: Essays in Honour of Louis Dumont. Motilal Banarsidass Publishers. পৃ. 360. ISBN 978-81-208-0527-9
  2. ↑ Chattopadhyaya, Sudhakar. (1978). Reflections on the Tantras. Motilal Banarsidass Publ. পৃ. 75. ISBN 978-81-208-0691-7
  3. ↑ Eck, Diana L. (2013-06-05). Banaras: CITY OF LIGHT. Knopf Doubleday Publishing Group. পৃ. 188. ISBN 978-0-307-83295-5
  4. ↑ CK, Saji Narayanan. (2022-12-05). Indian Woman, Feminism and Women's Liberation. Indus Scrolls Press. পৃ. 119

সম্পৰ্কিত শ্ৰেণী

মন্ত্ৰহিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰ হৰ মহাদেৱ” প্ৰবন্ধৰ সংশোধন ৫৩৮২৮০ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।