অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

হৰি ঔম

হৰি ওঁম বা হৰি ঔম(हरि ॐ) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।

হালনাগাদ: ১১ ছেপ্তেম্বৰ ২০২৫ ৮৬ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ

হৰি ওঁম বা হৰি ঔম(हरि ॐ) হিন্দু মন্ত্ৰ। হিন্দু ধৰ্মৰ অনুগামীসকলে পৱিত্ৰ ওঁম মন্ত্ৰৰ দৰেই হৰি ওঁম শুভ কামৰ আৰম্ভণিৰ সময়ত বা ধ্যান-ধাৰণৰ সময়ত জপ কৰে। ইয়াক অভিবাদন হিচাপেও ব্যৱহাৰ কৰা হয়।১

বিৱৰণ

ত হৰি ওঁম লিখা]]

হৰি হৈছে হিন্দু দেৱতা বিষ্ণুৰ উপনাম, যাক এই মন্ত্ৰত সম্বোধন কৰা হয়।২৩

অগ্নি পুৰাণৰ মতে, হৰিৰ নাম স্মৰণ কৰিলে পাপ কৰা ব্যক্তিৰ প্ৰায়শ্চিত্ত হয় বুলি বৰ্ণনা কৰা হৈছে আৰু ওঁম মন্ত্ৰৰ পুনৰাবৃত্তিৰ দ্বাৰাও একে ফল পোৱা বুলি কোৱা হৈছে।৪

ইয়াক জপকাৰীক মোক্ষ লাভ কৰিবলৈ সক্ষম হয় বুলি গণ্য কৰা হয়।৫

তথ্যসূত্ৰ

  1. ↑ Knapp, Stephen. (2006-06-05). The Power of the Dharma: An Introduction to Hinduism and Vedic Culture. iUniverse. পৃ. 75. ISBN 978-0-595-83748-9
  2. ↑ Feuerstein, Georg. (2011-03-22). The Path of Yoga: An Essential Guide to Its Principles and Practices. Shambhala Publications. পৃ. 128. ISBN 978-0-8348-2292-4
  3. ↑ Kumar, Tumuluru Kamal. (2015-04-21). Hindu Prayers, Gods and Festivals. Partridge Publishing. পৃ. 48. ISBN 978-1-4828-4708-6
  4. ↑ Shastri, J. L.; Gangadharan, N. (2013-01-01). The Agni-Purana Part 2: Ancient Indian Tradition and Mythology Volume 28. Motilal Banarsidass. পৃ. 491. ISBN 978-81-208-3895-6
  5. ↑ Altman, Nathaniel. (2000). The Little Giant Encyclopedia of Meditations & Blessings. Sterling Publishing Company, Inc. পৃ. 72. ISBN 978-0-8069-6517-8

সম্পৰ্কিত শ্ৰেণী

মন্ত্ৰহিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হৰি ঔম” প্ৰবন্ধৰ সংশোধন ৫৩৮২৭৪ (১১ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।