অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

সমধ্বনি

সমধ্বনি বা হোমোফোন (Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়। দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷ অন্য ধৰণে বানান কৰা…

হালনাগাদ: ২৯ ছেপ্তেম্বৰ ২০২৪ ১০৪ শব্দ · ১ মিনিট সংগৃহীত ৬২
সংশোধনৰ পৰামৰ্শ

সমধ্বনি বা হোমোফোন (Homophone) হৈছে এনে এটি শব্দ যাৰ বৰ্ণ বা আখৰ একে নহয়। ইয়াৰ উচ্চাৰণ অন্য শব্দৰ দৰে একেই হয় যদিও ইয়াৰ অৰ্থবোৰ ভিন্ন হয়।১২ দুটা শব্দৰ বানান কেতিয়াবা একে হ'ব পাৰে, যেনে- Rose (ফুল) আৰু Rose (Rise ৰ অতীত কালৰ ৰূপ) বা অন্য ধৰণে- rain, reign, rein ইত্যাদি৷

অন্য ধৰণে বানান কৰা সমধ্বনিবোৰক হেটেৰোগ্ৰাফ বুলিও কোৱা হয়৷ যেনে- to, too আৰু two ইত্যাদি৷১

ব্যুৎপত্তি

"Homophone" (হোমোফোন) শব্দটো গ্ৰীক শব্দ homo- (ὁμο‑), 'সম', আৰু phōnḗ (φωνή), 'ধ্বনি'ৰ পৰা উদ্ভৱ হৈছে।৩

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ Homophone. Merriam-webster.com
  2. ↑ Examples of Homophones. Examples.yourdictionary.com
  3. ↑ A word pronounced the same as another (whether spelled the same or not) but different in meaning and etymology," 1843, from the adjective homophone (1620s), from Greek homos "same" (see homo- (1)) + phone "sound," from PIE root *bha- (2) "to speak, tell, say." Related: Homophonic. Greek homophonos meant "speaking the same language; sounding in unison; of the same sound or tone.. Etymonline.com

সম্পৰ্কিত শ্ৰেণী

ভাষাবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সমধ্বনি” প্ৰবন্ধৰ সংশোধন ৪৩৪১৩৭ (২৯ ছেপ্তেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।