অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হানগুল লিপি

হানগুল বা হাংগুল (한글) হ'ল কোৰিয়ান ভাষাৰ লিপি। পঞ্চদশ শতিকাত কোৰিয়াৰ ৰজা চেজঙে সাধাৰণ মানুহক মনত ৰাখি হাংগুল নামৰ এক অতি সহজ বৰ্ণমালা উদ্ভাৱন কৰিছিল। এই বৰ্ণমালাক ২০ শতিকাত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। অসংখ্য ভাষাবিদৰ মতে হাংগুল বৰ্ণমালা হৈছে বিশ্বৰ আটাইতকৈ নিখুঁত অথচ সহজ বৰ্ণমালা।

হালনাগাদ: ২৯ মাৰ্চ ২০২৬ ৬৩ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

হানগুল বা হাংগুল (한글) হ'ল কোৰীয় ভাষাৰ লিপি। পঞ্চদশ শতিকাত কোৰিয়াৰ ৰজা চেজঙে সাধাৰণ মানুহক মনত ৰাখি হাংগুল নামৰ এক অতি সহজ বৰ্ণমালা উদ্ভাৱন কৰিছিল।১ এই বৰ্ণমালাক ২০ শতিকাত আনুষ্ঠানিকভাৱে স্বীকৃতি দিয়া হৈছিল। অসংখ্য ভাষাবিদৰ মতে হাংগুল বৰ্ণমালা হৈছে বিশ্বৰ আটাইতকৈ নিখুঁত অথচ সহজ বৰ্ণমালা। প্ৰায় হাজাৰ বছৰ আগতে কোৰিয়ান ভাষাটো চীনা পিক্ট'গ্ৰাম লিপিৰ পৰা ধাৰ লোৱা শব্দৰে লিখা হৈছিল যাৰ নাম হাঞ্জা৷

Hangul Compatibility Jamo block in Unicode
Hangul Compatibility Jamo block in Unicodeছবি: KSX1026-1 · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ Tale of Hong Gildong. World Digital Library

সম্পৰ্কিত শ্ৰেণী

লিপি

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হানগুল লিপি” প্ৰবন্ধৰ সংশোধন ৫৯৭০৯০ (২৯ মাৰ্চ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।