অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

হাইদৰ হুছেইন

হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।

হালনাগাদ: ৫ মে’ ২০২৬ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

হাইদৰ হুছেইন অসমৰ এগৰাকী সাংবাদিক, লেখক আৰু ৰাজনৈতিক বিশ্লেষক। প্ৰখৰ স্মৃতিশক্তিৰ অধিকাৰী বুলি জনাজাত হুছেইন বিজ্ঞানমনস্ক ব্যক্তি হোৱাৰ লগতে তেওঁ সমাজৰ পৰা কুসংস্কাৰ-কুপ্ৰথা আঁতৰাবলৈ নিজে এগৰাকী বিধবা নাৰীক বিবাহ কৰাই সমাজলৈ আদৰ্শ ৰাখি থৈছে। অসমৰ সাংবাদিকতাৰ জগতখনত হুছেইন অতি প্ৰখ্যাত।

বংশ পৰিচয়

হুছেইনৰ পত্নীৰ নাম বীণা মজুমদাৰ হুছেইন।

কৰ্মজীৱন

অসমীয়া প্ৰতিদিন কাকতৰ সম্পাদক আছিল।১ দেশ-দেশান্তৰ নামৰ ভ্ৰমণ কাহিনীৰ ৰচনা।২

বঁটা-সন্মান

  • অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ “চ্যুকাফা বঁটা’’ ২০২৫
  • গণকণ্ঠ উপাধি প্ৰদান।
  • কৃষক মুক্তি সংগ্ৰাম সমিতিৰ “জাতীয় সম্প্ৰীতি বঁটা’’।১
  • বি আৰ আম্বেদকাৰ বঁটা।

তথ্যসূত্ৰ

  1. ↑ Veteran Journalist Haidar Hussain Honored with Jatiya Sampriti Award
  2. ↑ দেশ-দেশান্তৰ

সম্পৰ্কিত শ্ৰেণী

সাহিত্যিকসমালোচকসাংবাদিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “হাইদৰ হুছেইন” প্ৰবন্ধৰ সংশোধন ৬০৪৫৮৭ (৫ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।