অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

সৌন্দৰ্য

সৌন্দৰ্য (Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে।

হালনাগাদ: ২২ নৱেম্বৰ ২০২৩ ১৪৫ শব্দ · ১ মিনিট সংগৃহীত ৫৮
সংশোধনৰ পৰামৰ্শ

সৌন্দৰ্য (Beauty) হ'ল কোনো ব্যক্তি, জীৱ, স্থান বা বুদ্ধিৰ এনে এক বৈশিষ্ঠ যাৰ ফলত আনন্দ, অৰ্থ বা সন্তুষ্টিৰ অনুভৱ হয়। সৌন্দৰ্যক সৌন্দৰ্যতত্ত্ব, সমাজ বিদ্যা, সমাজ মনোবিজ্ঞান আৰু সংস্কৃতিৰ অংশ হিচাপে অধ্যয়ন কৰা হয়। সাংস্কৃতিক ভাবে সৌন্দাৰ্যক বিশদ ভাবে বাণিজ্যিকৰণ কৰা হৈছে। বুদ্ধিৰ সৌন্দৰ্য হৈছে নিখুততাৰ কাৰণে সংস্কৃতি বিশেষে গ্ৰহণ কৰা কৌশল। সৌন্দৰ্যক প্ৰায়ে প্ৰকৃতিৰ লগত সুষমতা আৰু সমন্বয়ৰ প্ৰতীক হিচাপে ব্যাখ্যা কৰা হয় যি আকৰ্ষণ আৰু আবেগ সৃষ্টি কৰে। যিহেতু সৌন্দৰ্য বক্তাৰ অনুভৱ সেয়ে প্ৰায়ে কোৱা হয় "সৌন্দৰ্য হ'ল দেখোঁতা জনৰ চকু"। সৌন্দৰ্য হ'ল নিজ অস্তিত্বৰ অৰ্থ সম্পৰ্কে জাগি উঠা এক প্ৰত্যয়জনক শক্তিশালী অনুভৱ। সৌন্দৰ্য এনে এক অনুভূতি যি ব্যক্তিগত অৰ্থবোৰৰ ঝংকাৰ সৃষ্টি কৰে।

বাহ্যিক সংযোগ

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞান

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌন্দৰ্য” প্ৰবন্ধৰ সংশোধন ৩৯৩০১৬ (২২ নৱেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।