অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

সৌকা বেত

সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷

হালনাগাদ: ২৫ জুন ২০১৯ ৭৪ শব্দ · ১ মিনিট সংগৃহীত ৪৪
সংশোধনৰ পৰামৰ্শ

সৌকা বেত (বৈজ্ঞানিক নাম: Calamus latifolius) এবিধ বেত জাতীয় উদ্ভিদ৷ শোণিতপুৰ আৰু দৰং জিলাৰ ভৈৰৱকুণ্ড, ৰৌতা, চাৰিদুৱাৰ, বালিপাৰা, নদুৱাৰ, বিহালি, বিশ্বনাথ আদি বিভিন্ন বনাঞ্চলত এই বেত উৎপত্তি হোৱা দেখা যায়৷১

বিৱৰণ

এই বেতৰ মুঢ়াৰ পৰা ওলোৱা পুলিবোৰ ক্ৰমে ডাঙৰ হৈ ওচৰত থকা গছ-গছনিবোৰলৈ বগুৱা বাই যোৱা দেখা যায়৷ ওচৰত গছ নাথাকিলে মাটিৰ ওপৰেদিও বগাই যায়৷ গছ গছনিৰ ওপৰলৈ বগাই যোৱাত কাঁইটযুক্ত আঁকুহিবিলাকে লতাডালক সহায় কৰে৷১

ব্যৱহাৰ

সৌকা বেত লাখুটি, লাঠি আদি তৈয়াৰ কৰা কামত ব্যৱহাৰ হয়৷১

তথ্যসূত্ৰ

  1. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সৌকা বেত” প্ৰবন্ধৰ সংশোধন ১৯৮৪১৮ (২৫ জুন ২০১৯)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।