অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সুখ

সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়। অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল।

হালনাগাদ: ৬ জানুৱাৰী ২০২১ ৬৭ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

সুখ ভালে থকাৰ এক মানসিক অৱস্থা যাক যথেষ্ট অনুভৱ কৰাৰপৰা অতি স্ফূৰ্তি লৈকে ধনাত্মক বা ভাল লগা ভাবেৰে সংজ্ঞায়িত কৰা হয়।১ অনেকে সুখক জীৱবৈজ্ঞানিক, মনোবৈজ্ঞানিক, ধাৰ্মিক আৰু দাৰ্শনিক মাধ্যমেৰে সংজ্ঞায়িত কৰিবলৈ চেষ্টা কৰিছিল। বহু সংখ্যক গৱেষণা গোটে বৈজ্ঞানিক পদ্ধতিৰে 'সুখ কি?', 'সুখী কেনেকৈ হ'ব পাৰি?' আদি প্ৰশ্নৰ উত্তৰ সন্ধান কৰিবলৈ চেষ্টা কৰিছে। তেনে গোটৰ মাজত যোগাত্মক মনোবিজ্ঞানিকৰ গোটো আছে।

২০ মাৰ্চক ৰাষ্ট্ৰসংঘই আন্তৰ্জাতিক সুখৰ দিৱস ঘোষণা কৰিছে।

তথ্যসূত্ৰ

  1. ↑ Wordnet 3.0 (accessed 2011-Feb-24 via Wolfram Alpha)

সম্পৰ্কিত শ্ৰেণী

মনোবিজ্ঞানদৰ্শন

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সুখ” প্ৰবন্ধৰ সংশোধন ২৫৮০৩৬ (৬ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।