অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

সাংখ্যয়ান

সাংখ্যয়ান আছিল ঋগবেদ গ্ৰন্থত উল্লেখ কৰা এগৰাকী বৈদিক ঋষি। তেওঁ বশিষ্ঠ ঋষিৰ বংশৰ আছিল। তেওঁ ঋগবেদৰ কৌশিতকী ব্ৰাহ্মণ গ্ৰন্থৰ লেখক আছিল যাক পিছলৈ সাংখ্যায়ন ব্ৰাহ্মণ বুলি কোৱা হৈছিল।

হালনাগাদ: ১৪ আগষ্ট ২০২৫ ১৩৮ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

সাংখ্যয়ান আছিল ঋগবেদ গ্ৰন্থত উল্লেখ কৰা এগৰাকী বৈদিক ঋষি। তেওঁ বশিষ্ঠ ঋষিৰ বংশৰ আছিল। তেওঁ ঋগবেদৰ কৌশিতকী ব্ৰাহ্মণ গ্ৰন্থৰ লেখক আছিল যাক পিছলৈ সাংখ্যায়ন ব্ৰাহ্মণ বুলি কোৱা হৈছিল।১২৩

বিৱৰণ

বৈদিক ঋষি সাংখ্যয়ানৰ কথা হিন্দু ধৰ্মৰ কেইবাখনো প্ৰাচীন গ্ৰন্থত উল্লেখ কৰা হৈছিল। তেওঁ উল্লেখযোগ্য ঋষি পৰাশৰ আৰু বৃহস্পতি আদিৰ আচাৰ্য আছিল।৪ শ্ৰীমদ্ভাগৱত পুৰাণত তেওঁক সনতকুমাৰ ঋষিৰ গ্ৰন্থৰ শ্ৰোতা হিচাপে উল্লেখ কৰা হৈছে। মৈত্ৰেয়, পৰাশৰ আৰু বৃহস্পতি আদি ঋষিক সনাতকুমাৰে যেতিয়া তেওঁলোকক ভগৱান বিষ্ণুৰ মহিমা বৰ্ণনা কৰি আছিল, তেতিয়া তেওঁ আছিল প্ৰধান ঋষি। তেওঁ সনতকুমাৰ ঋষিৰ ওচৰত শ্ৰীমদ্ভাগৱতৰ জ্ঞানৰ বিষয়ে সোধা-পোছা কৰিলে। তাৰ পিছত সনতকুমাৰ ঋষিয়ে তেওঁক শ্ৰীমদ্ভাগৱত গ্ৰন্থ ব্যাখ্যা কৰিলে।২৫ বৈদিক পৰম্পৰাত সাংখ্যয়ন ঋষিৰ গৃহসূত্ৰ গ্ৰন্থক সাংখ্যায়ন গৃহসূত্ৰ বুলি কোৱা হয়।৬ একেদৰে তেওঁৰ নামত তন্ত্ৰ বিদ্যাৰ আন এটা গ্ৰন্থ আছে যাক সাংখ্যানতন্ত্ৰ বুলি জনা যায়।৭

হাৰ্মান অল্ডেনবাৰ্গে তেওঁৰ অনুবাদত "গ্ৰহসূত্ৰ" গ্ৰন্থখনৰ অনুবাদত সাংখ্যায়ন ঋষিৰ সঠিক নামটোক সুযোগ্য বুলি বিবেচনা কৰিছিল।৮

তথ্যসূত্ৰ

  1. ↑ www.wisdomlib.org. (2022-07-24). Creation of Brahmā—His Vision of Nārāyaṇa (Chapter 8). www.wisdomlib.org
  2. ↑ Knapp, Stephen. (2005). The Heart of Hinduism: The Eastern Path to Freedom, Empowerment, and Illumination. iUniverse. ISBN 978-0-595-35075-9
  3. ↑ General, India Office of the Registrar. (1962). Census of India, 1961. Manager of Publications
  4. ↑ www.wisdomlib.org. (2017-02-28). Sankhyayana, Sāṅkhyāyana: 2 definitions. www.wisdomlib.org
  5. ↑ Hudson, D. Dennis. (2008-09-25). The Body of God: An Emperor's Palace for Krishna in Eighth-Century Kanchipuram. Oxford University Press, USA. ISBN 978-0-19-536922-9
  6. ↑ Raman, Sita Anantha. (2009-06-08). Women in India: A Social and Cultural History (2 volumes). Bloomsbury Publishing USA. ISBN 978-0-313-01440-6
  7. ↑ Chowkhamba Krishnadas Academy, Varanasi. Sankhyayana Tantra Of Sankhyayana With Hindi Commentary By Kapildev Narayan, Vittal Das Sanskrit Series 30 Chowkhamba Krishnadas Academy, Varanasi
  8. ↑ www.wisdomlib.org. (2014-09-04). Introduction. www.wisdomlib.org

সম্পৰ্কিত শ্ৰেণী

ঋষিভাৰতীয় দাৰ্শনিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সাংখ্যয়ান” প্ৰবন্ধৰ সংশোধন ৫৩২৪৭৮ (১৪ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।