অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

সনামহী ধৰ্ম

সনামহী ধৰ্ম (Sanāmahīsm) (ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম। এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম।

হালনাগাদ: ১৭ অক্টোবৰ ২০২৪ ৫৩ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ
Temple of God Pakhangba of Sanamahi religion inside the Kangla Fort, Imphal West, Manipur.jpg
ছবি: Kayia N · CC BY-SA 4.0

সনামহী ধৰ্ম (Sanāmahīsm) (ꯁꯅꯥꯃꯍꯤ ꯂꯥꯏꯅꯤꯡ) বা মীতৈ লাইনীঙ বা মণিপুৰী ধৰ্ম (Manipuri religion) বা কঙলৈ ধৰ্ম (Kanglei religion) হৈছে ধৰ্মৰ উপাসনা কৰা এক প্ৰাচীন পূৰ্বপুৰুষ ধৰ্ম।১২৩৪৫ এইটো মণিপুৰী জাতি আৰু মণিপুৰৰ জনজাতীয় লোকসকলৰ থলুৱা ধৰ্ম। ই এক বহু-ঈশ্বৰবাদী ধৰ্ম। সনামহী ধৰ্ম হাজাৰ হাজাৰ ঈশ্বৰক কেইবাটাও পান্থত পূজা কৰা হয়।৬৭

সম্পৰ্কিত পৃষ্ঠা

তথ্যসূত্ৰ

  1. ↑ আৰ্কাইভ কপি
  2. ↑ আৰ্কাইভ কপি
  3. ↑ www.censusindia.gov.in/Census_Data_2001/Census_d
  4. ↑ books.google.com/books?id=0fLOBwAAQBAJ
  5. ↑ The Revivalism of Sanamahism. e-pao.net
  6. ↑ Bertil Lintner. (2015). Great Game East: India, China, and the Struggle for Asia's Most Volatile Frontier. Yale University Press. পৃ. 113. ISBN 978-0-300-19567-5
  7. ↑ The Revivalism of Sanamahism. e-pao.net

সম্পৰ্কিত শ্ৰেণী

ধৰ্মমণিপুৰ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “সনামহী ধৰ্ম” প্ৰবন্ধৰ সংশোধন ৪৩৮৫৯০ (১৭ অক্টোবৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।