অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

শৰাইঘাট ৰণ স্মৃতি উদ্যান

শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰৰ উত্তৰপাৰে লাগি আছে। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাট ৰণৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে।

হালনাগাদ: ২৪ মে’ ২০২০ ৬০ শব্দ · ১ মিনিট সংগৃহীত ৭১
সংশোধনৰ পৰামৰ্শ
শিলৰ ফলিত শৰাইঘাটৰ ৰণৰ দৃশ্য
শিলৰ ফলিত শৰাইঘাটৰ ৰণৰ দৃশ্যছবি: নিৰঞ্জন বড়া · CC BY-SA 4.0

শৰাইঘাট ৰণ স্মৃতি উদ্যান উত্তৰ গুৱাহাটীৰ আগিয়াঠুৰিত আছে। উদ্যানখন ব্ৰহ্মপুত্ৰ নদৰ উত্তৰপাৰে লাগি আছে১২। এই উদ্যানখন গুৱাহাটী মহানগৰ উন্নয়ন কৰ্তৃপক্ষই সজোৱা। এই উদ্যানখন শৰাইঘাটৰ যুদ্ধৰ স্মৃতিত সজোৱা যিখন ৰণ আহোম আৰু মোগলৰ মাজত ১৬৭১ চনত হৈছিল। উদ্যানখনৰ ভিতৰত চাৰিজন যুঁজাঁৰুৰ ব্ৰঞ্জৰ মূৰ্তি আছে। শিলৰ ফলক এখনত ৰণৰ অলপ বিৱৰণও আছে। এই আটাইবোৰ শিল্প বীৰেন্দ্ৰ সিন্‌হা আৰু শান্তি নিকেতনৰ নিপুণ শিল্পীয়ে সজা।১২.

উদ্যানত আহোম যুঁজাৰুৰ যুদ্ধৰ ভংগীমাৰ মূৰ্তি
উদ্যানত আহোম যুঁজাৰুৰ যুদ্ধৰ ভংগীমাৰ মূৰ্তিছবি: Gitartha.bordoloi · CC BY-SA 4.0

তথ্যসূত্ৰ

  1. ↑ Saraighat War Memorial Park, Agyathuri. GMDA
  2. ↑ telegraphindia

সম্পৰ্কিত শ্ৰেণী

অসমৰ পৰ্যটনস্থলী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শৰাইঘাট ৰণ স্মৃতি উদ্যান” প্ৰবন্ধৰ সংশোধন ২৩১২২২ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।