অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা (College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা।

হালনাগাদ: ৪ জানুৱাৰী ২০২১ ৯০ শব্দ · ১ মিনিট সংগৃহীত ৫৯
সংশোধনৰ পৰামৰ্শ

শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা (College of Teacher Education, Dhakuakhana) ১৯৯৮ চনত ঢকুৱাখনা নগৰৰ পৰা মাত্ৰ ২ কিলোমিটাৰ নিলগত ঢকুৱাখনা ঘিলামৰা সংযোগী পথৰ কাষৰ কুঁৱাবাৰী দলনিৰ পক্ষী উদ্যানখনিৰ কাষতে স্থাপিত হৈছিল মহাবিদ্যালয়খন। মহাবিদ্যালয়খনৰ বৰ্তমানৰ অধ্যক্ষ ড॰ প্ৰদীপ চন্দ্ৰ বৰা। ডিব্ৰুগড় বিশ্ববিদ্যালয়ৰ অধীনৰ এখন উচ্চ শিক্ষাৰ অনুষ্ঠান হৈছে এই ঢকুৱাখনা শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়। অধ্যয়নৰ ক্ষেত্ৰত এই মহাবিদ্যালয়খনে বৰ্তমান কেইবাখনো জিলা সামৰি লোৱা দেখা গৈছে। এই অঞ্চলৰ প্ৰশিক্ষাৰ্থী সকলৰ লগতে বিভিন্ন জিলাৰ পৰা অহা প্ৰশিক্ষাৰ্থী সকলে বৰ্তমানেও অধ্যয়ন কৰি আছে। এই মহাবিদ্যালয়খনে শিক্ষানুৰাগী ৰাইজৰ উচ্চ শিক্ষাৰ বাবে এক উপযুক্ত সমিধান হিচাপে থিয় দিছে।

সম্পৰ্কিত শ্ৰেণী

অসমৰ মহাবিদ্যালয়সমূহ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শিক্ষক প্ৰশিক্ষণ মহাবিদ্যালয়, ঢকুৱাখনা” প্ৰবন্ধৰ সংশোধন ২৫৭৭৮৪ (৪ জানুৱাৰী ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।