শকুনি (Shakuni) হৈছে ধৃতৰাষ্ট্ৰৰ পত্নী গান্ধাৰীৰ ভায়েক আৰু দুৰ্যোধন ৰজাৰ মোমায়েক। শকুনি বেচি সময় হস্তিনাপুৰত থাকি দুৰ্যোধনৰ মন্ত্ৰিত্ব কৰে।১ তেওঁ উলূক২ আৰু বৃকাসুৰৰ পিতৃ তথা আৰশীৰ স্বামী আছিল।
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “শকুনি” প্ৰবন্ধৰ সংশোধন ৪০৩১৭২ (২১ জানুৱাৰী ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।