অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

লীলা নেওগনী

লীলা নেওগনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ তেওঁৰ ঘৰ লক্ষীমপুৰত৷ লক্ষীমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ অক্টোবৰ মাহত এক কাৰ্যসূচীত পুলিচৰ লাঠীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ দুমাহৰ পিছতে সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হয়৷

হালনাগাদ: ২৫ আগষ্ট ২০২৩ ৪০ শব্দ · ১ মিনিট সংগৃহীত ৪২
সংশোধনৰ পৰামৰ্শ

লীলা নেওগনী ভাৰতৰ স্বাধীনতা আন্দোলনৰ এগৰাকী সক্ৰিয় কৰ্মী আছিল৷ তেওঁৰ ঘৰ লক্ষীমপুৰত৷ লক্ষীমপুৰত ভাৰত ত্যাগ আন্দোলনৰ কাৰ্যসূচীত অংশ গ্ৰহণ কৰি ১৯৪২ চনৰ অক্টোবৰ মাহত এক কাৰ্যসূচীত পুলিচৰ লাঠীচালনাত আঘাতপ্ৰাপ্ত হয় আৰু তাৰ দুমাহৰ পিছতে সেই আঘাতৰ ফলতেই তেওঁৰ মৃত্যু হয়৷১

তথ্যসূত্ৰ

  1. ↑ দেশৰ হকে প্ৰাণ ত্যাগ কৰা ...

সম্পৰ্কিত শ্ৰেণী

ভাৰতৰ স্বাধীনতা সংগ্ৰামীঅসম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “লীলা নেওগনী” প্ৰবন্ধৰ সংশোধন ৩৭৫৬০০ (২৫ আগষ্ট ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।