অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

মিছামাছৰ মালাই কাৰি

মিছামাছৰ মালাই কাৰি এটি জনপ্ৰিয় বঙালি খাদ্য, যি মিছামাছ আৰু নাৰিকলৰ গাখীৰেৰে প্ৰস্তুত কৰা হয়। লগতে সোৱাদৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয়। পশ্চিম বংগ আৰু বাংলাদেশ, উভয় অঞ্চল জুৰি এই খাদ্য বিখ্যাত। সাধাৰণতে বিয়া, উৎসৱ আৰু অতিথি আপ্যায়ন কৰিবলৈ মিছামাছৰ মালাই কাৰি প্ৰস্তুত কৰা হয়।

হালনাগাদ: ২৭ আগষ্ট ২০২৫ ১০৫ শব্দ · ১ মিনিট সংগৃহীত ৭৮
সংশোধনৰ পৰামৰ্শ

মিছামাছৰ মালাই কাৰি এটি জনপ্ৰিয় বঙালি খাদ্য, যি মিছামাছ আৰু নাৰিকলৰ গাখীৰেৰে প্ৰস্তুত কৰা হয়। লগতে সোৱাদৰ কাৰণে মচলা ব্যৱহাৰ কৰা হয়। পশ্চিম বংগ আৰু বাংলাদেশ, উভয় অঞ্চল জুৰি এই খাদ্য বিখ্যাত। সাধাৰণতে বিয়া, উৎসৱ আৰু অতিথি আপ্যায়ন কৰিবলৈ মিছামাছৰ মালাই কাৰি প্ৰস্তুত কৰা হয়।

উপকৰণ

ইয়াৰ প্ৰধান উপাদান হ’ল মিছামাছ আৰু নাৰিকল। ইয়াৰ লগত ঘিঁউ বা সৰিয়হৰ তেল, পিঁয়াজ, হালধিৰ গুড়ি, সেউজীয়া জলকীয়া আৰু আদা ব্যৱহাৰ কৰা হয়।১

গলদা মিছামাছেৰেও মালাইকাৰী তৈয়াৰ কৰা হয়।২

প্ৰস্তুতি

প্ৰথমতে মিছামাছৰ বাকলি গুচাই লোৱা হয়। তাৰ পিছত এই মিছামাছ কেইটা গৰম তেলত ভজা হয় আৰু পিঁয়াজ, আদা, নহৰু, হলুদ আৰু নিমখ আৰু নাৰিকলৰ গাখীৰ মিহলাই কেইমিনিটমান সিজোৱা হয়।৩

লগতে চাওক

  • ডাব মিছামাছ

তথ্যসূত্ৰ

  1. ↑ Chingri Malai Curry. NDTV Food
  2. ↑ Lobster Malay Curry. NDTV Food
  3. ↑ Recipe: Chingri Malaikari. Zee News

সম্পৰ্কিত শ্ৰেণী

খাদ্য

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মিছামাছৰ মালাই কাৰি” প্ৰবন্ধৰ সংশোধন ৫৩৫১৬১ (২৭ আগষ্ট ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।