অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ৰাজনীতি আৰু আইন

মামুন ইমদাদুল হক চৌধুৰী

মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷ নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত…

হালনাগাদ: ১১ আগষ্ট ২০২৬ ৫১ শব্দ · ১ মিনিট সংগৃহীত ৩৮
সংশোধনৰ পৰামৰ্শ

মামুন ইমদাদুল হক চৌধুৰী এগৰাকী ভাৰতীয় ৰাজনীতিবিদ তথা লখিমপুৰ জিলাৰ নাওবৈচা সমষ্টিৰ প্ৰাক্তন বিধায়ক৷ তেওঁ ১১০ নং নাওবৈচা সমষ্টিৰ পৰা ২০১৬ চনত অসম বিধানসভালৈ নিৰ্বাচিত হৈছিল৷১২ নাওবৈচা বিধানসভা সমষ্টিৰ এ আই ইউ ডি এফৰ প্ৰাক্তন বিধায়ক মামুন ইমদাদুল হক চৌধুৰীয়ে ২০২২ চনৰ ১৬ মে’ত গুৱাহাটীত আনুষ্ঠানিকভাৱে আম আদমি পাৰ্টীত যোগদান কৰে৷৩

তথ্যসূত্ৰ

  1. ↑ My Neta
  2. ↑ AUDF declares 66 candidates for Assam Assembly poll
  3. ↑ Former AIUDF MLA Mamun Imdadul Haque Chawdhury Joins AAP

সম্পৰ্কিত শ্ৰেণী

অসমৰ ব্যক্তিঅসমৰ ৰাজনীতিক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মামুন ইমদাদুল হক চৌধুৰী” প্ৰবন্ধৰ সংশোধন ৬২৬১৭৭ (১১ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।