অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

মহন্ত

মহন্ত হ'ল হিন্দু ধৰ্মৰ (সনাতন) ধৰ্মীয় অতি উচ্চ বৰ্ণ, বিশেষকৈ এই শ্ৰেণীৰ লোক সকল সত্ৰৰ গৰাকী মহন্ত সকলে গোস্বামী,দেৱ গোস্বামী,অধিকাৰী আৰু নামনি অসমত তেওঁলোকে ৰায়চৌধুৰী,দত্ত বৰুৱা,দত্ত আদি উপাধি লয় কিন্তু উজনিত এই শেষৰ উপাধি কলিতা আদি লোক সকলে লিখে।

হালনাগাদ: ১৮ ছেপ্তেম্বৰ ২০২৫ ৫৮ শব্দ · ১ মিনিট সংগৃহীত ৫২
সংশোধনৰ পৰামৰ্শ

মহন্ত হ'ল হিন্দু ধৰ্মৰ (সনাতন) ধৰ্মীয় অতি উচ্চ বৰ্ণ, বিশেষকৈ এই শ্ৰেণীৰ লোক সকল সত্ৰৰ গৰাকী মহন্ত সকলে গোস্বামী,দেৱ গোস্বামী,অধিকাৰী আৰু নামনি অসমত তেওঁলোকে ৰায়চৌধুৰী,দত্ত বৰুৱা,দত্ত আদি উপাধি লয় কিন্তু উজনিত এই শেষৰ উপাধি কলিতা আদি লোক সকলে লিখে।

অসমৰ মহন্ত সকল জাতত ব্ৰহ্ম কায়স্থ আৰু ব্ৰাহ্মণ কুলৰ। অসমত মহন্ত সকলক সাধাৰণ ব্ৰাহ্মণ আদিতকৈ উচ্চ বৰ্ণত ধৰা হয়।

সম্পৰ্কিত শ্ৰেণী

হিন্দু ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মহন্ত” প্ৰবন্ধৰ সংশোধন ৫৩৯২৮৭ (১৮ ছেপ্তেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।