পেচা
৪ প্ৰবন্ধ
-
কবি
কবি হ'ল কাব্য শক্তিৰ অধিকাৰী আৰু কবিতা ৰচনা কৰা ব্যক্তি বা সাহিত্যিক। এজন কবিয়ে নিজৰ লিখিত আৰু ৰচিত মৌলিক কবিতা লিখিত বা অলিখিত ৰূপত প্ৰকাশ কৰিব পাৰে। এক নিৰ্দিষ্ট প্ৰসংগ, পৰিঘটনা, উপমা আৰু নান্দনিকতাৰে কবিতা ৰচনা কৰা হয়।
-
পতিতাবৃত্তি
পতিতাবৃত্তি বা বেশ্যাবৃত্তি ( Prostitution) হৈছে ধনৰ বিনিময়ত যৌন কাৰ্যকলাপত লিপ্ত হোৱাৰ ব্যৱসায় বা কৰ্ম। "যৌন কাৰ্যকলাপ"ৰ সংজ্ঞা প্ৰতিটো ক্ষেত্ৰতে একে নহয়, আৰু প্ৰায়ে গ্ৰাহকৰ সৈতে প্ৰয়োজন হোৱা শাৰীৰিক সম্পৰ্ক (যেনে যৌন সম্ভোগ, অ-অনুপ্ৰবেশ যৌনক্ৰিয়া, মুখমৈথুন আদি) হিচাপে সংজ্ঞায়িত কৰা হয়।
-
মনোবিজ্ঞানী
মনোবিজ্ঞানী (Psychologist) হৈছে এনে এগৰাকী ব্যক্তি যি অস্বাভাৱিক মানসিক স্থিতি, বোধগত, ধাৰণাগত, আৱেগজনিত আৰু সামাজিক ক্ৰিয়া আৰু আচৰণৰ বিষয়ে অধ্যয়ন অথবা চৰ্চা কৰে।
-
বাৰগাৰ্ল
বাৰগাৰ্ল হৈছে এগৰাকী নাৰী যাক বাৰৰ গ্ৰাহক সকলৰ ব্যক্তিগত সেৱাৰ বাবে বা প্ৰদৰ্শক হিচাপে মনোৰঞ্জনৰ বিনিময়ত মূল্য পৰিশোধ কৰা হয়। মনোৰঞ্জনৰ সঠিক প্ৰকৃতি ঠাই ভেদে ব্যাপকভাৱে পৃথক হোৱা দেখা যায়।