অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

মছনবী

মছনবী ( Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।

হালনাগাদ: ৩ মে’ ২০২৬ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

মছনবী ( Masnavi; পাৰ্চী: مثنوی معنوی) হৈছে ৰুমিয়ে লিখা এখন বিস্তৃত পাৰ্চী মছনৱী (এটা কাব্য সংকলন) আৰু চুফীবাদৰ ইতিহাসত এখন অন্যতম প্ৰভাৱশালী গ্ৰন্থ। ই ছখন কবিতাৰ এটি গ্ৰন্থ শৃংখলা যি একেলগে প্ৰায় ২৫,০০০ পদ বা ৫০,০০০ শাৰীৰে গঠিত।১২

তথ্যসূত্ৰ

  1. ↑ Allamah Mohamad Taghi Jafari, Tafsir Masnavi
  2. ↑ Karim Zamani, Tafsir Masnavi Ma'navi

সম্পৰ্কিত শ্ৰেণী

কবিতাগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “মছনবী” প্ৰবন্ধৰ সংশোধন ৬০৪১৪৭ (৩ মে’ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।