অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
অৰ্থনীতি আৰু উদ্যোগ

বৰদা মুদ্ৰা

বৰদা মুদ্ৰা বা অভিষ্ঠ মুদ্ৰা, প্ৰায়ে ইচ্ছা প্ৰদানকাৰী মুদ্ৰা বুলিও কোৱা হয়, ভাৰতীয় ধৰ্মৰ মূৰ্তিচিত্ৰত প্ৰতীকিত হোৱা এক প্ৰতীকী ইংগিত। ই হাতৰ ইংগিতেৰে সংকেত দিয়ে আৰু ই বৰদানৰ প্ৰতীক। ইয়াক ভক্তৰ মূখৰ ফালে ধৰি ৰখা হাতৰ তলুৱাখনেৰে দেখুওৱা হয়, আঙুলিবোৰ মেলি সামান্য তললৈ আঙুলিয়াই দিয়া হয়।

হালনাগাদ: ২ ডিচেম্বৰ ২০২৫ ৭৮ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ
বোধিসত্ত্ব, বৰদা মুদ্ৰাত। পাল যুগ, দ্বাদশ শতিকা।
বোধিসত্ত্ব, বৰদা মুদ্ৰাত। পাল যুগ, দ্বাদশ শতিকা।ছবি: G41rn8 · CC BY-SA 4.0

বৰদা মুদ্ৰা বা অভিষ্ঠ মুদ্ৰা, প্ৰায়ে ইচ্ছা প্ৰদানকাৰী মুদ্ৰা বুলিও কোৱা হয়, ভাৰতীয় ধৰ্মৰ মূৰ্তিচিত্ৰত প্ৰতীকিত হোৱা এক প্ৰতীকী ইংগিত। ই হাতৰ ইংগিতেৰে সংকেত দিয়ে আৰু ই বৰদানৰ প্ৰতীক।১ ইয়াক ভক্তৰ মূখৰ ফালে ধৰি ৰখা হাতৰ তলুৱাখনেৰে দেখুওৱা হয়, আঙুলিবোৰ মেলি সামান্য তললৈ আঙুলিয়াই দিয়া হয়। এই মুদ্ৰাত কেতিয়াবা, বুঢ়া আঙুলি আৰু তৰ্জনী আঙুলিৰ লগ হৈ এটা বৃত্ত গঠন হয়।২

ভাৰতীয় ধৰ্মৰ শিল্পত ঐশ্বৰিক মূৰ্তিত দেখা পোৱা আন কেইবাখনো মুদ্ৰাৰ ভিতৰত বৰদা মুদ্ৰা আৰু অভয় মুদ্ৰা আটাইতকৈ সাধাৰণ।

তথ্যসূত্ৰ

  1. ↑ Bautze, Joachim Karl. (1994). Iconography of Religions. BRILL. পৃ. 15. ISBN 978-90-04-09924-1
  2. ↑ Jr, Robert E. Buswell; Jr, Donald S. Lopez. (2013-11-24). The Princeton Dictionary of Buddhism. Princeton University Press. পৃ. 960. ISBN 978-1-4008-4805-8

সম্পৰ্কিত শ্ৰেণী

প্ৰতীক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বৰদা মুদ্ৰা” প্ৰবন্ধৰ সংশোধন ৫৬০২৮৯ (২ ডিচেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।