অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

এলজিবিটি প্ৰতীক

এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে।

হালনাগাদ: ১ ডিচেম্বৰ ২০২০ ৬৪ শব্দ · ১ মিনিট সংগৃহীত ৫৩
সংশোধনৰ পৰামৰ্শ

এলজিবিটি সমাজৰ (LGBT Community) সদস্যসকলে ইজনে আনজনৰ প্ৰতি থকা একটা, গে' গৌৰৱ (Gay Pride), সন্মান আৰু নিষ্ঠাৰ প্ৰদৰ্শনৰ বাবে কিছুমান বিশেষ প্ৰতীক আঁকোৱালি লৈছে। তেওঁলোকৰ মাজত থকা পৰিকল্পনা,পৰিচয়, বিচাৰ আদি নিজৰ এলজিবিটি সমাজৰ উপৰি আন বাহিৰৰ মুখ্য ধাৰাত অনিবলৈও এলজিবিটি প্ৰতীক (LGBT Symbol)-সমূহ ব্যৱহাৰ কৰা হয়। আন্তৰ্জাতিকভাবে আটাইতকৈ ব্যৱহৃত আৰু স্বীকৃতি প্ৰাপ্ত প্ৰতীক সমূহ হৈছে গুলপীয়া ত্ৰিভুজ (Pink Triangle) আৰু গৌৰৱ পতাকা (Pride Flag)।

সম্পৰ্কিত শ্ৰেণী

এলজিবিটিপ্ৰতীক

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “এলজিবিটি প্ৰতীক” প্ৰবন্ধৰ সংশোধন ২৫২৩৭১ (১ ডিচেম্বৰ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।