ৰাষ্ট্ৰসংঘৰ বিশ্ব পৰ্যটন সংস্থাই (UNWTO) তেওঁলোকৰ বিশ্ব পৰ্যটন বেৰোমিটাৰ প্ৰকাশনৰ অংশ হিচাপে "বিশ্ব পৰ্যটন মূল্যাংকণ" সম্পাদনা কৰে, ই বছেৰেকত তিনিবাৰ প্ৰকাশ পায়। এই প্ৰকাশনত ৰাষ্ট্ৰসংঘৰ অন্তৰ্গত ভূখণ্ডলৈ অহা বিদেশী পৰ্যটকৰ সংখ্যা, পৰ্যটনৰপৰা সংগ্ৰহ কৰা ৰাজহ আৰু পৰ্যটন ব্যয়ৰ হিচাপ চাই দেশসমূহৰ মূল্যাংকণ কৰি এখন ৰেংকিং তালিকা প্ৰস্তুত কৰা হয়।
২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমন
২০১১ চনত সমগ্ৰ বিশ্বৰ আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ সংখ্যা আছিল ৯৮৩ নিযুত, আৰু এই পৰিমাণ ২০১০ চনৰ ৯৪০ নিযুততকৈ ৪.৬% বেছি আছিল।১২ ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:৩৪
| ৰেংক | দেশ | UNWTO ভূখণ্ড | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ | বৃদ্ধি (2010 to 2011) |
|---|---|---|---|---|---|
| ১ | ইউৰোপ | ৭৯.৫ মিলিয়ন | ৭৭.১ মিলিয়ন | +৩.০% | |
| ২ | উত্তৰ আমেৰিকা | ৬২.৩ মিলিয়ন | ৫৯.৮ মিলিয়ন | +৪.২% | |
| ৩ | এছিয়া | ৫৭.৬ মিলিয়ন | ৫৫.৭ মিলিয়ন | +৩.৪% | |
| ৪ | ইউৰোপ | ৫৬.৭ মিলিয়ন | ৫২.৭ মিলিয়ন | +৭.৬% | |
| ৫ | ইউৰোপ | ৪৬.১ মিলিয়ন | ৪৩.৬ মিলিয়ন | +৫.৭% | |
| ৬ | ইউৰোপ | ২৯.৩ মিলিয়ন | ২৭.০ মিলিয়ন | +৮.৭% | |
| ৭ | ইউৰোপ | ২৯.২ মিলিয়ন | ২৮.৩ মিলিয়ন | +৩.২% | |
| ৮ | ইউৰোপ | ২৮.৪ মিলিয়ন | ২৬.৯ মিলিয়ন | +৫.৫% | |
| ৯ | এছিয়া | ২৪.৭ মিলিয়ন | ২৪.৬ মিলিয়ন | +০.৬% | |
| ১০ | উত্তৰ আমেৰিকা | ২৩.৪ মিলিয়ন | ২৩.৩ মিলিয়ন | +০.৫% | |
| টোকা: সম্পূৰ্ণ ৰেংকিঙৰ কাৰণে UNWTO বিশ্ব পৰ্যটন বেৰোমিটাৰ চাওক।২ |
আফ্ৰিকা আৰু মধ্য পূব
আফ্ৰিকা
২০১১ চনতআফ্ৰিকালৈ ৫০.১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল আৰু এই পৰিমাণ ২০১০ চনৰ পৰিমাণতকৈ ০.৯% বেছি আছিল। ৰেংকিং তালিকাৰ আফ্ৰিকাৰ শীৰ্ষৰ ১০ খন দেশ আছিল:২
| ৰেংক | দেশ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ |
|---|---|---|
| ১ | ৯.৩৪ মিলিয়ন | |
| ২ | ৮.৩৪ মিলিয়ন | |
| ৩ | ৪.৭৮ মিলিয়ন | |
| ৪ | ২.৪০ মিলিয়ন | |
| ৫ | ২.২৪ মিলিয়ন৫ | |
| ৬ | ২.১৫ মিলিয়ন | |
| ৭ | ১.৭২ মিলিয়ন | |
| ৮ | ১.৫৬ মিলিয়ন | |
| ৯ | ১.৪৭ মিলিয়ন | |
| ১০ | ০.৯৮ মিলিয়ন |
মধ্য পূব
২০১১ চনত মধ্য পূবলৈ ৫৫.৪৪ নিযুততকৈও অধিক আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটিছিল,৬ আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৮% কম আছিল। ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:২৭
| ৰেংক | দেশ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ |
|---|---|---|
| ১ | ১৭.৩৪ মিলিয়ন | |
| ২ | ৯.৫০ মিলিয়ন | |
| ৩ | ৮.১৩ মিলিয়ন৮ | |
| ৪ | align="right"| 5.07 মিলিয়্ন | |
| ৫ | ৪.৯৪ মিলিয়ন৯ | |
| ৬ | ৩.৯৮ মিলিয়ন | |
| ৭ | ২.৮২ মিলিয়ন (দিনৰ আগমণকাৰীসকলক বাদ দি)১০১১ | |
| ৮ | ১.৮৭ মিলিয়ন১২ | |
| ৯ | ১.৬৬ মিলিয়ন | |
| ১০ | ১.৫২ মিলিয়ন১৩ |
টোকা
আমেৰিকা
২০১১ চনত আমেৰিকালৈ ১৫৫.৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৩.৯% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:২
| ৰেংক | দেশ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ |
|---|---|---|
| ১ | ৬২.৩৩ মিলিয়ন | |
| ২ | ২৩.৪০ মিলিয়ন | |
| ৩ | ১৫.৯৮ মিলিয়ন | |
| ৪ | ৫.৬৬ মিলিয়ন | |
| ৫ | ৫.৪৩ মিলিয়ন | |
| ৬ | ৪.৩১ মিলিয়ন | |
| ৭ | ৩.৬৮ মিলিয়ন১৪ | |
| ৮ | ৩.০৭ মিলিয়ন | |
| ৯ | ২.৮৬ মিলিয়ন | |
| ১০ | align="right"|২.৬৯ মিলিয়ন |
এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয়
২০১১ চনত এছিয়া আৰু প্ৰশান্ত মহাসাগৰীয় দেশসমূহলৈ ২১৭ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ হয়, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.১% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:২
| ৰেংক | দেশ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ |
|---|---|---|
| ১ | ৫৭.৫৮ মিলিয়ন | |
| ২ | ২৪.৭১ মিলিয়ন | |
| ৩ | ২২.৩২ মিলিয়ন | |
| ৪ | ১৯.১০ মিলিয়ন | |
| ৫ | ১২.৯৩ মিলিয়ন | |
| ৬ | ১০.৩৯ মিলিয়ন | |
| ৭ | ৯.৮০ মিলিয়ন | |
| ৮ | ৭.৬৫ মিলিয়ন | |
| ৯ | ৬.২৯ মিলিয়ন | |
| ১০ | ৬.২২ মিলিয়ন |
ইউৰোপ
২০১১ চনত ইউৰোপলৈ ৫০৩.৯৬ নিযুত আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ ঘটে, আৰু এই পৰিসংখ্যা ২০১০ চনৰ পৰিসংখ্যাতকৈ ৬.২% অধিক। ২০১১ চনৰ ৰেংকিং তালিকাৰ শীৰ্ষ ১০ খন দেশ আছিল:২
| ৰেংক | দেশ | আন্তঃৰাষ্ট্ৰীয় পৰ্যটকৰ আগমণ (২০১১)২ |
|---|---|---|
| ১ | ৭৯.৫০ মিলিয়ন | |
| ২ | ৫৬.৬৯ মিলিয়ন | |
| ৩ | ৪৬.১২ মিলিয়ন | |
| ৪ | ২৯.৩৪ মিলিয়ন | |
| ৫ | ২৯.১৯ মিলিয়ন | |
| ৬ | ২৮.৩৫ মিলিয়ন | |
| ৭ | ২৩.০১ মিলিয়ন | |
| ৮ | ২২.৬৯ মিলিয়ন | |
| ৯ | ২১.৪২ মিলিয়ন | |
| ১০ | ১৬.৪৩ মিলিয়ন |
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ ২০১১ চনত আগৰ বছৰতকৈ ৩.৮% বৃদ্ধি হৈ ট্ৰিলিয়ন ( বিলিয়ন) হয়গৈ।১ বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত পৰ্যটন ৰাজহ সংগ্ৰহৰ ক্ষেত্ৰত শীৰ্ষ ১০ খন দেশৰ তালিকা তলত দিয়া হ'ল।
| ৰেংক | দেশ | UNWTO ভূখণ্ড | আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ৰাজহ (২০১১)১৫ |
|---|---|---|---|
| ১ | উত্তৰ আমেৰিকা | $১১৬.৩ বিলিয়ন | |
| ২ | ইউৰোপ | $৫৯.৯ বিলিয়ন | |
| ৩ | ইউৰোপ | $৫৩.৮ বিলিয়ন | |
| ৪ | এছিয়া | $৪৮.৫ বিলিয়ন | |
| ৫ | ইউৰোপ | $৪৩.০ বিলিয়ন | |
| ৬ | ইউৰোপ | $৩৮.৮ বিলিয়ন | |
| ৭ | ইউৰোপ | $৩৫.৯ বিলিয়ন | |
| ৮ | ওছেনিয়া | $৩১.৪ বিলিয়ন | |
| ৯ | (চীন) | এছিয়া | $২৭.৮ বিলিয়ন১৬ |
| ১০ | (চীন) | Asia | $২৭.২ বিলিয়ন |
আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ব্যয় ২০১১
বিশ্ব পৰ্যটন সংস্থাৰ প্ৰতিবেদন অনুসৰি ২০১১ চনত আন্তঃৰাষ্ট্ৰীয় পৰ্যটনৰ ক্ষেত্ৰত সৰ্বাধিক ব্যয় কৰা শীৰ্ষ ১০ খন দেশৰ তালিকা এনেধৰণৰ:২
| ৰেংক | দেশ | UNWTO ভূখণ্ড | আন্তঃৰাষ্ট্ৰীয় পৰ্যটন ব্যয় (২০১১)২ |
|---|---|---|---|
| ১ | ইউৰোপ | $৮৪.৩ বিলিয়ন | |
| ২ | উত্তৰ আমেৰিকা | $৭৯.১ বিলিয়ন | |
| ৩ | এছিয়া | $৭২.৬ বিলিয়ন | |
| ৪ | ইউৰোপ | $৫০.৬ বিলিয়ন | |
| ৫ | ইউৰোপ | $৪১.৭ বিলিয়ন | |
| ৬ | উত্তৰ আমেৰিকা | $৩৩.০ বিলিয়ন | |
| ৭ | ইউৰোপ | $৩২.৫ বিলিয়ন | |
| ৮ | ইউৰোপ | $২৮.৭ বিলিয়ন | |
| ৯ | এছিয়া | $২৭.২ বিলিয়ন | |
| ১০ | ওছেনিয়া | $২৬.৯ বিলিয়ন |
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ (07 May 2012). International tourism receipts surpass US$ 1 trillion in 2011. UNWTO
- ↑ (2012). 2012 Tourism Highlights. UNWTO
- ↑ (2011). Interim Update. UNWTO World Tourism Barometer. UNWTO
- ↑ (2011). 2011 Highlights. UNWTO World Tourism Highlights. UNWTO
- ↑ Latest available statistics from 2010
- ↑ UNWTO ই আফ্ৰিকা আৰু মধ্য পূবক একে ভূখণ্ড হিচাপে ধৰে।
- ↑ (2010). Recovery Confirmed, but Growth Remains Uneven. UNWTO World Tourism Barometer. UNWTO
- ↑ Data is for Dubai only
- ↑ Latest available statistics from 2007
- ↑ Table 2: Tourist Arrivals in Israel (1). Israel Central Bureau of Statistics
- ↑ UNWTO ই ইজৰাইলক দক্ষিণ/মধ্য উপ ভূখণ্ড হিচাপে ধৰে।
- ↑ Latest available statistics from 2010
- ↑ Latest available statistics from 2009
- ↑ Latest available statistics from 2010
- ↑ (2012). World's top destinations by international tourism receipts. World Tourism Barometer. UNWTO
- ↑ Latest available statistics from 2010
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিশ্ব পৰ্যটন মূল্যাংকণ” প্ৰবন্ধৰ সংশোধন ৩৮২১২৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।