অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

বিদ্যালয়

বিদ্যালয় এটি অনুষ্ঠান য'ত বিদ্যা আহৰণ কৰা হয়। ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় "বিদ্যা" (জ্ঞান) আৰু "আলয়" (স্থান) শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত। সাধাৰণতে বিদ্যালয়ৰ এক বা একাধিক ভৱন থাকে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮৯ শব্দ · ১ মিনিট সংগৃহীত ৭২
সংশোধনৰ পৰামৰ্শ

বিদ্যালয় এটি অনুষ্ঠান য'ত বিদ্যা আহৰণ কৰা হয়। ১ ই সাধাৰণতে মহাবিদ্যালয়লৈ যোৱাৰ আগৰ শিক্ষাদানৰ কথাহে বুজায় ২ "বিদ্যা" (জ্ঞান) আৰু "আলয়" (স্থান) শব্দ দুটাৰ সংযোগ হৈ বিদ্যালয় শব্দটিৰ উৎপত্তি হৈছে যি বিদ্যা বিতৰণ আৰু গ্ৰহণৰ স্থান হিচাপে পৰিচিত।

সাধাৰণতে বিদ্যালয়ৰ এক বা একাধিক ভৱন থাকে। আনাহতে ভৱনবিহীন অনেক বিদ্যালয় ভাৰত, বাংলাদেশসহ আফ্ৰিকাৰ অনেক দেশত পৰিলক্ষিত হয়। ভৱনসমৃদ্ধ বিদ্যালয়ত যিসমূহ বিষয় পৰিলক্ষিত হয় সেয়া মুলতঃ:

  1. শ্ৰেণীকক্ষ (আবশ্যক)
  2. শিক্ষক কক্ষ
  3. প্ৰশাসনিক কক্ষ
  4. গ্ৰন্থগাৰ
  5. খেলা ঘৰ
  6. গৱেষণাগাৰ
  7. কম্পিউটাৰ লেব

বিদ্যালয়ত পাঠদান আৰু বিদ্যাৰ্জনৰ বিভিন্ন উপাদান ব্যৱহৃত হয়। যেনে::

  1. ব্লেকবৰ্ড-চক-ডাষ্টাৰ
  2. পাঠ্যপুথি
  3. বহী-কলম-পেন্সিল
  4. চকী-মেজ-টেবুল আদি

তথ্যসূত্ৰ

  1. ↑ dsalsrv02.uchicago.edu/cgi-bin/philologic/getobj link|date=October 2023 |bot=InternetArchiveBot |fix-attempted=yes }}
  2. ↑ www.thefreedictionary.com/school

সম্পৰ্কিত শ্ৰেণী

শিক্ষা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিদ্যালয়” প্ৰবন্ধৰ সংশোধন ৩৮৫৪৭৭ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।