বিজয় হাজাৰে ট্ৰফী(২০২৪–২৫) (2024–25 Vijay Hazare Trophy) ভাৰতৰ লিষ্ট এ ক্ৰিকেটৰ এখন বাৰ্ষিক প্ৰতিযোগিতা বিজয় হাজাৰে ট্ৰফীৰ ৩২ সংখ্যক সংস্কৰণ। ২০২৪ চনৰ ২১ ডিচেম্বৰৰ পৰা ২০২৫ চনৰ ১৮ জানুৱাৰীলৈকে এইখন খেল অনুষ্ঠিত হৈছিল।১২৩ পূৰ্বৱৰ্তী বিজয়ী দল আছিল হাৰিয়ানা।৪
ফাইনেলত কৰ্ণাটকে বিদৰ্ভক ৩৬ ৰানত পৰাস্ত কৰি পঞ্চমটো খিতাপ দখল কৰে।৫
লীগৰ পৰ্যায়
নক আউট পৰ্যায়
প্ৰাৰম্ভিক কোৱাৰ্টাৰ ফাইনেল
কোৱাৰ্টাৰ ফাইনেল
ছেমি ফাইনেল
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
- ↑ BCCI to review new domestic structure for upcoming season. Cricbuzz
- ↑ BCCI announces domestic fixtures for home season 2024-25. Board of Control for Cricket in India
- ↑ BCCI announce Indian domestic schedule for 2024/25: Full list of tournaments and start dates. wisden
- ↑ (16 December 2023). Vijay Hazare Trophy Final Highlights: RAJ 257 all out v HAR 287/8; Haryana edges Rajasthan to win its first VHT by 30 runs. Sportstar
- ↑ Vijay Hazare Trophy Final, Highlights, Vidarbha vs Karnataka: KAR seals 36-run win against VID to lift fifth title. SportStar
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বিজয় হাজাৰে ট্ৰফী (২০২৪–২৫)” প্ৰবন্ধৰ সংশোধন ৫৭১৩৯৭ (২৫ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।