বনবাণী (বনবাণী) হৈছে ৰবীন্দ্ৰনাথ ঠাকুৰৰদ্বাৰা ৰচিত এখন বাংলা কাব্যগ্ৰন্থ।১২৩ ১৯৩১ চনত এইখন প্ৰকাশ হৈছিল।২ এইখন ৰবীন্দ্ৰনাথৰ কাব্যিক ৰচনা "বলাকা পৰ্ব"ৰ অন্তৰ্গত এক উল্লেখযোগ্য সৃষ্টি।২ ইয়াত ৰবীন্দ্ৰনাথে মানৱ জীৱন আৰু পৰিৱেশত উদ্ভিদৰ প্ৰয়োজনীয়তাৰ ধাৰণা দিছে।৩৪
কবিতাৰ তালিকা
" বনবাণী" কাব্যগ্ৰন্থৰ অন্তৰ্গত কবিতাবোৰ হ'ল৫–
১. বৃক্ষবন্দনা
২. জগদীশচন্দ্ৰ
৩. দেৱদাৰু
৪. আম্ৰবন
৫. নীলমণিলতা
৬. কুৰচি
৭. শাল
৮. মধুমঞ্জৰি
৯. নাৰিকেল
১০. চামেলিবিতান
১১. পৰদেশী
১২. কুটিৰবাসী
১৩. হাসিৰ পাথেয়
১৪. বৃক্ষৰোপণ উৎসৱ
তথ্যসূত্ৰ
- ↑ (2020-07-19). কবিতা · ৰবীন্দ্ৰ ৰচনাবলী
- ↑ বাংলা সাহিত্যেৰ ইতিবৃত্ত, ড° দুলাল চক্ৰবৰ্তী, জুুলাই - ২০০৭, বাণী বিতান।
- ↑ Dhakatimes24.com. (2020-07-19). ৰবীন্দ্ৰনাথেৰ বনবাণীৰ উদ্ভিদৰাজি
- ↑ (2020-07-19). বনবাণী - ভূমিকা · ৰবীন্দ্ৰ ৰচনাবলী
- ↑ বনবাণী – ৰবীন্দ্ৰ ৰচনাবলী
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “বনবাণী (কাব্যগ্ৰন্থ)” প্ৰবন্ধৰ সংশোধন ৫৬৭৩৮৫ (২ জানুৱাৰী ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।