অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পৰাশ্ৰয়ী উদ্ভিদ

পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদ(গছ আদি)ৰ ওপৰত গজে। পৰজীৱি উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুণ, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে।

হালনাগাদ: ২৪ মে’ ২০২০ ৪৮ শব্দ · ১ মিনিট সংগৃহীত ৫৫
সংশোধনৰ পৰামৰ্শ

পৰাশ্ৰয়ী উদ্ভিদ হল এনেবোৰ উদ্ভিদ যিয়ে আন উদ্ভিদ(গছ আদি)ৰ ওপৰত গজে। পৰজীৱি উদ্ভিদৰ নিচিনাকৈ পৰাশ্ৰয়ী উদ্ভিদে আশ্ৰয়দাতা গছজোপাৰ ক্ষতিসাধন নকৰে। এনে উদ্ভিদে নিজৰ পুষ্টিৰ বাবে বতাহ, বৰষুণ, জলীয় বাষ্প আৰু আশ্ৰয়দাতা গছজোপাৰ ওপৰত জমা হোৱা আৱৰ্জনাৰ ওপৰত নিৰ্ভৰ কৰে। পৰাশ্ৰয়ী উদ্ভিদসমূহ পৃথিবীৰ নাতিশীতোষ্ণ অঞ্চলবোৰত সততে দেখা পোৱা যায়।

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পৰাশ্ৰয়ী উদ্ভিদ” প্ৰবন্ধৰ সংশোধন ২৩১১২৯ (২৪ মে’ ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।