অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

পান'ছ পানায় (মাইক্ৰ'ছফ্ট)

পান'ছ ক'ষ্টা পানায় (Πάνος Κώστα Παναή) এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী বিষয়া আৰু মাইক্ৰ'ছফ্টৰ ৱিণ্ড'জ+ ডিভাইচসমূহৰ মুখ্য উৎপাদন বিষয়া। তেওঁ ৱিণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেমৰ লগতে ছাৰ্ফে'চ প্ৰডাক্ট আৰু সম্পৰ্কীয় হাৰ্ডৱেৰৰ বিকাশ তদাৰক কৰে।

হালনাগাদ: ৫ অক্টোবৰ ২০২৩ ৮৮ শব্দ · ১ মিনিট সংগৃহীত ৮০
সংশোধনৰ পৰামৰ্শ

পান'ছ ক'ষ্টা পানায় (Πάνος Κώστα Παναή)১ এগৰাকী আমেৰিকান ব্যৱসায়িক কাৰ্যবাহী বিষয়া আৰু মাইক্ৰ'ছফ্টৰ ৱিণ্ড'জ+ ডিভাইচসমূহৰ মুখ্য উৎপাদন বিষয়া।২৩৪ তেওঁ ৱিণ্ড'জ ক্লায়েণ্ট অপাৰেটিং ছিষ্টেমৰ লগতে ছাৰ্ফে'চ প্ৰডাক্ট আৰু সম্পৰ্কীয় হাৰ্ডৱেৰৰ বিকাশ তদাৰক কৰে।৫

পানায়ে ২৪ জুন, ২০২১ তাৰিখে ৱিণ্ড'জ এক্সপিৰিয়েঞ্চ ব্লগত ৱিণ্ড'জ ১১ উন্মোচন কৰিছিল।৬

ব্যক্তিগত জীৱন

পানায়ে পেপাৰডাইন বিশ্ববিদ্যালয়ৰ পৰা এম.বি.এ. আৰু নৰ্থৰিড্‌জৰ কেলিফৰ্ণিয়া ৰাজ্যিক বিশ্ববিদ্যালয়ৰ পৰা বি.এছ.চি. ডিগ্ৰী লাভ কৰিছিল।

কৰ্ম-জীৱন

পানায় ২০০০ চনৰ পৰা ২০০৪ চনলৈকে মিচিগানৰ এন.এম.বি. টেকন'লজীজত (মাইনবিয়ামিটচুমিৰ এটা গৌণ কোম্পানী) বৈদ্যুতিন সাজ-সৰঞ্জামৰ দায়িত্বত আছিল।৭৮

মাইক্ৰ'ছফ্ট

পানায়ে ২০০৪ চনত মাইক্ৰ'ছফ্টত যোগদান কৰে। তেওঁ ছাৰ্ফে'চ প্ৰডাক্টসমূহৰ বিকাশৰ বাবে জনাজাত।৯১০১১

তথ্যসূত্ৰ

  1. ↑ Χαράλαμπος Ζάκος, "Κύπριος έφτιαξε τον υπολογιστή της Microsoft «Surface»-Θα βραβευτεί στο Προεδρικό από τον CIPA", NewsBomb Cyprus June 22, 2017
  2. ↑ "Panos Panay (Bio)", Microsoft News Center
  3. ↑ Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
  4. ↑ Microsoft to combine Windows Client and Surface teams under product chief Panos Panay. TechSpot
  5. ↑ Foley, Mary Jo. Microsoft to combine its Windows client and hardware teams under Chief Product Officer Panos Panay. ZDNet
  6. ↑ Panos Panay, "Introducing Windows 11", Windows Experience Blog, June 24, 2021
  7. ↑ "Panos Panay to Be Honored At the CIPA International Investment Awards Ceremony", Gold News, June 22, 2017
  8. ↑ "Panos Panay" on LinkedIn
  9. ↑ Lance Ulanoff, "With Surface, Microsoft is building a premium brand", Mashable June 15, 2017
  10. ↑ Spence, Ewan. Panos Panay, The Humble Heart Of Success Inside Microsoft’s Surface Hardware. Forbes
  11. ↑ Microsoft reorg places Surface evangelist Panos Panay as boss of Windows too – report. www.theregister.com

সম্পৰ্কিত শ্ৰেণী

Articles with hCards

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পান'ছ পানায় (মাইক্ৰ'ছফ্ট)” প্ৰবন্ধৰ সংশোধন ৩৮৫৩৩৫ (৫ অক্টোবৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।