অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
প্ৰকৃতি আৰু পৰিৱেশ

পহু শিঙীয়া ঢেঁকীয়া

পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern) হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷

হালনাগাদ: ২৬ আগষ্ট ২০২৬ ৯৪ শব্দ · ১ মিনিট সংগৃহীত ৪৩
সংশোধনৰ পৰামৰ্শ

পহু শিঙীয়া ঢেঁকীয়া (বৈজ্ঞানিক নাম: Platycerium bifurcatum, the elkhorn fern or common staghorn fern)১ হৰিণ জাতীয় জন্তুৰ শিঙৰ দৰে দীঘল আকৃতিৰ ফেৰমেলা পাতধাৰী এবিধ বিদেশী ঢেঁকীয়া৷ এই ঢেঁকীয়াৰ প্ৰকৃত জন্মভূমি অষ্ট্ৰেলিয়া মহাদেশ যদিও বৰ্তমান ভাৰতৰ বিভিন্ন নাৰ্ছাৰিত পোৱা যায়৷২

বিৱৰণ

পহু শিঙীয়া ঢেঁকীয়াৰ উচ্চতা প্ৰায় ৯০ ছেমি আৰু প্ৰস্থ ৮০ ছেমি পৰ্য্যন্ত হ’ব পাৰে৷ ১.৩

বিস্তৃতি

পহু শিঙীয়া ঢেঁকীয়া জাভা, নিউ গিনি, অষ্ট্ৰেলিয়া আদি দেশৰ থলুৱা উদ্ভিদ৷

ব্যৱহাৰ

পহু শিঙীয়া ঢেঁকীয়া বিশেষকৈ ফুলনি শুৱনি কৰিবৰ বাবে (ornamental plant) ব্যৱহাৰ কৰা হয়৷ তাৰোপৰি ঘৰৰ ভিতৰচ’ৰাতো টাবত এই ঢেঁকীয়া ৰোৱা দেখা যায়৷১ এই উদ্ভিদে ৰয়েল হৰ্টিকালচাৰেল ছ’ছাইটি (Royal Horticultural Society) ৰ Garden Merit বঁটা লাভ কৰিছে৷৪৫

তথ্যউৎস

তথ্যসূত্ৰ

  1. ↑ (2008). RHS A-Z encyclopedia of garden plants. Dorling Kindersley. পৃ. 1136. ISBN 1405332964
  2. ↑ ফটিক চন্দ্ৰ গগৈ (ডিছেম্বৰ ২০০৭). অসমৰ উদ্ভিদ কোষ. অসম প্ৰকাশন পৰিষদ
  3. ↑ www.anbg.gov.au/gnp/interns-2004/platycerium-bif
  4. ↑ RHS Plant Selector - Platycerium bifurcatum
  5. ↑ (July 2017). AGM Plants - Ornamental. Royal Horticultural Society. পৃ. 79

সম্পৰ্কিত শ্ৰেণী

উদ্ভিদজগত

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পহু শিঙীয়া ঢেঁকীয়া” প্ৰবন্ধৰ সংশোধন ৬৩১০০৫ (২৬ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।