১" loading="lazy" data-zoom="The first page of oldest surviving Panchatantra text in Sanskrit১">

পঞ্চতন্ত্ৰ (पञ्चतन्त्र) সংস্কৃত ভাষাত ৰচিত এখন প্ৰাচীন গ্ৰন্থ। ৰচয়িতা কবি বিষ্ণু শৰ্মা। কিন্তু এই গ্ৰন্থৰ মূল পাণ্ডুলিপি পোৱা হোৱা নাই। বিভিন্ন উপদেশমূলক গল্পৰ সঙ্কলন এইখন গ্ৰন্থ। জীৱন পথৰ নানা উপদেশ এই গ্ৰন্থৰ বিভিন্ন গল্পেৰ যোগেদি উদাহৰণদি দাঙি ধৰিছে। গ্ৰন্থখন ৫টা তন্ত্ৰ বা ভাগত বিভক্ত। এইবিলাক হ'ল:
- মিত্ৰভেদ
- মিত্ৰপ্ৰাপ্তি
- কাকোলুকীয়
- লব্ধপ্ৰনাশ
- অপৰিক্ষিতকাৰক
তথ্যসূত্ৰ
- ↑ Johannes Hertel (1915), The Panchatantra: a collection of ancient Hindu tales in its oldest recension, the Kashmirian, entitled Tantrakhyayika, Harvard University Press, page 1
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “পঞ্চতন্ত্ৰ” প্ৰবন্ধৰ সংশোধন ৪৫৩৭৫৩ (১১ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।