অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
বিজ্ঞান

ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল।

হালনাগাদ: ১৫ ছেপ্তেম্বৰ ২০২১ ৭৯ শব্দ · ১ মিনিট সংগৃহীত ৭৩
সংশোধনৰ পৰামৰ্শ

ন'বেল বঁটা বছৰি প্ৰদান কৰা এটা অতি সন্মানীয় পুৰস্কাৰ। স্কাণ্ডিনেভিয়ান সমিতিয়ে এই বঁটা কলা আৰু বিজ্ঞানৰ কেইটামান শাখাত আগবঢ়োৱা অতি বিশেষ অৱদানৰ বাবে প্ৰদান কৰে। ডাইনামাইটৰ আৱিষ্কাৰক ছুইডেনৰ আলফ্ৰেড ন'বেল-ৰ ইচ্ছাপত্ৰ অনুসৰি ১৮৯৫ চনত এই বঁটা স্থাপন কৰা হয়। ১৯০১ চনত প্ৰথমে এই বঁটা প্ৰদান কৰা হৈছিল। ৰসায়ন বিজ্ঞান বিষয়ত ন'বেল লাভ কৰা ব্যক্তিৰ তালিকা ইয়াত ৰখা হৈছে।

বৰ্ষআলোকচিত্ৰবিজেতানাগৰিকত্বঅৱদান
২০১২ৰবাৰ্ট জে. লেফ্‌ক'ৱিজ (Robert J. Lefkowitz)G-প্ৰ'টিন একত্ৰিত ৰিচেপ্টৰ সম্বন্ধীয় গৱেষণা ("for studies of G-protein-coupled receptors")১
Brian Kobilka (649437151).jpgব্ৰায়ান কে. ক'বিল্‌কা (Brian K. Kobilka)
২০১১Nobel Prize 2011-Nobel interviews KVA-DSC 8037.jpgডেন স্বেখ্‌টমেন (Dan Shechtman)"অৰ্দ্ধস্ফটিকৰ আৱিষ্কাৰৰ বাবে" ("for the discovery of quasicrystals".)২
২০১০Richard Fred Heck cropped.jpgৰিচাৰ্ড এফ. হেক (Richard F. Heck)"জৈৱ সংশ্লেষণৰ বাবে পেলাডিয়াম অনুঘটকৰ দ্বাৰা প্ৰস্থীয় যুগ্মন" ("for palladium-catalyzed cross couplings in organic synthesis".)৩
Ei-ichi Negishi 3.jpgআই-ইচি নেগিছি (Ei-ichi Negishi)বাসস্থান:
Akira Suzuki 3.jpgআকিৰা ছুজুকি (Akira Suzuki)
অসমাপ্ত তালিকা

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ "The Nobel Prize in Chemistry 2012". Nobelprize.org. 11 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea
  2. ↑ "The Nobel Prize in Chemistry 2011". Nobelprize.org. 24 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea
  3. ↑ "The Nobel Prize in Chemistry 2010". Nobelprize.org. 26 Oct 2012 www.nobelprize.org/nobel_prizes/chemistry/laurea

সম্পৰ্কিত শ্ৰেণী

ৰসায়ন বিজ্ঞানৰ ন'বেল বঁটা বিজয়ী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ন'বেল বঁটা বিজয়ী (ৰসায়ন বিজ্ঞান)” প্ৰবন্ধৰ সংশোধন ২৯৭১১৫ (১৫ ছেপ্তেম্বৰ ২০২১)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।