ধৰ্মীয় সাম্যবাদ সাম্যবাদৰ এনে এক ৰূপ যিয়ে ধৰ্মীয় নীতিসমূহক মানি চলে। পণ্ডিতসকলে অনেক ধৰ্মীয় আন্দোলনক এই শ্ৰেণীত ৰাখিছে যিয়ে সম্পদৰ ৰাজহুৱা মালিকানা সমৰ্থন কৰিছিল।
সংজ্ঞা
টিঃ এমঃ ব্ৰাউণিঙৰ মতে "ধৰ্মীয় সাম্যবাদ" সাম্যবাদৰ এনে এক ৰূপ যি ধৰ্মৰ নিজৰ নীতিসমূহৰপৰা পোণপটীয়াভাৱে উদ্ভৱ হোৱা।১ হেন্স জেঃ হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদৰ সম্বন্ধ সম্পদৰ ৰাজহুৱা মালিকানাৰ লগত বুলি কৈছিল। ব্ৰাউনিং আৰু হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদ আৰু "ৰাজনৈতিক" আৰু "অৰ্থনৈতিক" সমাজবাদৰ পৰা পৃথক আখ্যা দিছিলে। তদুপৰি হিলাৰ্ব্ৰেণ্ডে ধৰ্মীয় সাম্যবাদ মাৰ্ক্সবাদতকে পৃথক বুলি কৈছে এই দাবীৰে যে মাৰ্ক্সবাদে ধৰ্মক বাদ দিয়া বিচাৰে। ডনাল্ড ড্ৰিউ এগ্বাৰ্ট আৰু ষ্ট' পাৰ্চন্সৰ মতে ধৰ্মীয় সাম্যবাদ ধৰ্মনিৰপেক্ষ সাম্যবাদতকৈ পুৰণি। পিচে কোনো কোনো গৱেষকৰ মতে সাম্যবাদত সদায় ধৰ্মীয় মতাদৰ্শ আছিলেই।২৩৪
তথ্যসূত্ৰ
- ↑ Browning, T.B. (1878). Communism. The Canadian Monthly and National Review. পৃ. 577
- ↑ Kula, Marcin. (December 2005). Communism as Religion. Totalitarian Movements and Political Religions. Taylor & Francis. পৃ. 371–381
- ↑ Egbert, Donald Drew; Egbert, Donald Drew; Persons, Stow. (2015). Socialism and American Life. Princeton University Press. পৃ. 91. ISBN 1400879892
- ↑ Hillerbrand, Hans J. (2004). Encyclopedia of Protestantism. Routledge. পৃ. 800. ISBN 1135960283
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ধৰ্মীয় সাম্যবাদ” প্ৰবন্ধৰ সংশোধন ২৩৫৮৭১ (৫ জুন ২০২০)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।