উত্তৰ-পূব বৈদ্যুতিক শক্তি নিগম পৰিসীমিত চমুকৈ নীপকো (North Eastern Electric Power Corporation Limited, NEEPCO) হৈছে ভাৰত চৰকাৰ মহাৰত্ন প্ৰতিষ্ঠান NTPC Ltdৰ অধীনৰ ৰাজহুৱা খণ্ডৰ এটা Schedule “A” miniratna category 1 প্ৰতিষ্ঠান। বৰ্ত্তমান উত্তৰ-পূব ভাৰতৰ ৭ খন ৰাজ্যত নীপকোৰ উপস্থিতি আছে। নীপকোৰ মুঠ ক্ষমতা বৰ্তমান 2057 মেগাৱাট। মহাৰত্ন প্ৰতিষ্ঠান NTPC ৰ 100% অংশীদাৰ আছে NEEPCO ত।১
কাৰ্য্যকৰী শক্তি গোট
বৰ্ত্তমান নীপকোৰ কাৰ্য্যকৰী শক্তি গোট কেইটা হৈছে:
- কপিলী জল বিদ্যুৎ প্ৰকল্প
- অসম গেছ ভিক্তিক শক্তি প্ৰকল্প
- ৰঙানদী জল বিদ্যুৎ প্ৰকল্প
- দৈয়াং জল বিদ্যুৎ প্ৰকল্প
- আগৰতলা গেছ টাৰবাইন শক্তি প্ৰকল্প
- পাৰে জল বিদ্যুৎ প্ৰকল্প
বাহ্যিক সংযোগ
তথ্যসূত্ৰ
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “নীপকো” প্ৰবন্ধৰ সংশোধন ৫৪৮১১১ (৬ নৱেম্বৰ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।