অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দ্য আৰ্ট অফ ৱাৰ

দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত।

হালনাগাদ: ৮ ডিচেম্বৰ ২০২৪ ৬৫ শব্দ · ১ মিনিট সংগৃহীত ৭৫
সংশোধনৰ পৰামৰ্শ

দ্য আৰ্ট অফ ৱাৰ (চীনা: 孫子兵法 (সুঞ্চি বিংফা)) হৈছে চীনৰ এখন প্ৰাচীন সামৰিক গ্ৰন্থ। সম্ভৱতঃ খ্ৰীষ্টপূৰ্ব ৫ম শতিকাত এইখন পুথি ৰচনা কৰা হৈছিল। ইয়াৰ লেখক ছুন চু। যুদ্ধৰ ক'লা বিষয়ক এইখন গ্ৰন্থ ১৩টা অধ্যায়ৰে গঠিত। সাধাৰণতে যুদ্ধ সম্পৰ্কীয় সৰ্বশ্ৰেষ্ঠ গ্ৰন্থ বুলি গণ্য কৰা এই গ্ৰন্থখনে চীন আৰু এছিয়াৰ ইতিহাস আৰু সংস্কৃতিৰ ওপৰত গভীৰ প্ৰভাৱ পেলাইছে।১ ১৯১০ চনত লিয়নেল গিলছে এই গ্ৰন্থখন সম্পূৰ্ণৰূপে ইংৰাজীলৈ অনুবাদ কৰিছিল।২

তথ্যসূত্ৰ

  1. ↑ Smith 1999, পৃ. 216
  2. ↑ The Art of War by Sun Tzu - Special Edition. Special Edition Books. 2007. p. 62

সম্পৰ্কিত শ্ৰেণী

সাহিত্যগ্ৰন্থ

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দ্য আৰ্ট অফ ৱাৰ” প্ৰবন্ধৰ সংশোধন ৪৫২২৮৪ (৮ ডিচেম্বৰ ২০২৪)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।