অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভাষা আৰু সাহিত্য

দাঁতিপাৰৰ মানুহ

দাঁতিপাৰৰ মানুহ উপন্যাসখন মামাং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensamৰ অসমীয়া অনুবাদ। মূল ইংৰাজী ভাষাত উপন্যাসখনৰ লেখক হৈছে অৰুণাচল প্ৰদেশৰ ঔপন্যাসিক মামাং দাই। এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যিক পৰী হিলৈদাৰীয়ে। এই অনূদিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ ২০১৫ চনত।

হালনাগাদ: ৫ জুন ২০২৫ ৫৬ শব্দ · ১ মিনিট সংগৃহীত ৬৮
সংশোধনৰ পৰামৰ্শ

দাঁতিপাৰৰ মানুহ উপন্যাসখন মামাং দাইৰ ইংৰাজী উপন্যাস The Legends of Pensamৰ অসমীয়া অনুবাদ। মূল ইংৰাজী ভাষাত উপন্যাসখনৰ লেখক হৈছে অৰুণাচল প্ৰদেশৰ ঔপন্যাসিক মামাং দাই। এই উপন্যাসখন অসমীয়ালৈ অনুবাদ কৰিছে অসমীয়া সাহিত্যিক পৰী হিলৈদাৰীয়ে। এই অনূদিত উপন্যাসখন প্ৰথম প্ৰকাশ হৈছিল ডিচেম্বৰ ২০১৫ চনত। এই উপন্যাসখনৰ বাবে পৰী হিলৈদাৰীক ২০২১ চনৰ সাহিত্য অকাডেমিৰ অনুবাদ বঁটা প্ৰদান কৰা হয়।

সম্পৰ্কিত শ্ৰেণী

অসমীয়া উপন্যাস

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “দাঁতিপাৰৰ মানুহ” প্ৰবন্ধৰ সংশোধন ৫১৪৯৬৩ (৫ জুন ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।