জোনিতা গান্ধী (Jonita Gandhi; জন্ম: ২৩ অক্টোবৰ, ১৯৮৯) ভাৰতীয় চলচ্চিত্ৰ আৰু সংগীত উদ্যোগত কৰা কামৰ বাবে পৰিচিত এগৰাকী কানাডাৰ গায়িকা।১২ পেছাগতভাৱে জোনিতা নামেৰে জনা যায়।৩৪ ২০২৪ চনৰ পৰা তেওঁ প্ৰথমবাৰৰ বাবে স্বতন্ত্ৰ ইপি ‘লাভ লাইক ডেট’ মুকলি কৰি একক পপ শিল্পী ৰূপে প্ৰদৰ্শন কৰে।৫৬
তেওঁ মুখ্যতঃ হিন্দী, তামিল, তেলেগু ভাষাত গীত বাণীবদ্ধ কৰিছে। পাঞ্জাবী, মাৰাঠী, গুজৰাটী, বাংলা ভাষাতো তেওঁ কম পৰিমাণে গীত বাণীবদ্ধ কৰিছে। তেওঁৰ কিছুমান প্ৰশংসিত গীতৰ ভিতৰত "দ্য ব্ৰেক আপ চং ", "মেণ্টেস মানাদিল " অন্যতম। তেওঁ নিজৰ ইউটিউব উপস্থিতিৰ বাবেও জনা যায়। ২০১৩ চনত চেন্নাই এক্সপ্ৰেছৰ জৰিয়তে তেওঁৰ চলচ্চিত্ৰত নেপথ্য কণ্ঠশিল্পী ৰূপে যাত্ৰা আৰম্ভ হয়।৭৮
তথ্যসূত্ৰ
- ↑ (30 May 2019). "Singing for a Bollywood number is a big deal", says Jonita Gandhi. Free Press Journal
- ↑ Jetelina, Margaret. (18 July 2017). Jonita Gandhi highlights Canada's #BollywoodMonster Mashup this weekend. Canadian Immigrant
- ↑ (12 January 2024). Jonita and Ali Sethi’s ‘Love Like That’ Brings a Qawwali-Pop Collab. Rolling Stone India
- ↑ (28 February 2024). Bollywood North: Jonita Gandhi. socanmagazine.ca
- ↑ JONITA DELIVERS ENCHANTING SOLO DEBUT EP “LOVE LIKE THAT”. imprintent.org
- ↑ (24 January 2024). Jonita's blend of ancient folk with modern pop, and 4 more songs you need to hear this week. CBC
- ↑ (27 February 2014). From a YouTube sensation to a Bolly playback, Toronto girl Jonita Gandhi sings to t2. The Telegraph India.com
- ↑ Punjabi Wave: How Diasporic Canadian Artists Are Redefining Global Music · Billboard Canada. ca.billboard.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জোনিতা গান্ধী” প্ৰবন্ধৰ সংশোধন ৪৯৯৮৮১ (৩০ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।