অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

জাকিয়া ৱাৰডাক

জাকিয়া ৱাৰডাক (Jakia Wardak) এগৰাকী আফগান স্থপতিবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ মুম্বাইত আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ৱাৰডাকে অন্তৰ্ভুক্তি আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰে।

হালনাগাদ: ২১ জুলাই ২০২৫ ১১৯ শব্দ · ১ মিনিট সংগৃহীত ৬৭
সংশোধনৰ পৰামৰ্শ

জাকিয়া ৱাৰডাক (Jakia Wardak) এগৰাকী আফগান স্থপতিবিদ, ৰাজনীতিবিদ আৰু ব্যৱসায়ী। তেওঁ মুম্বাইত আফগানিস্তানৰ প্ৰথমগৰাকী মহিলা কনছুল জেনেৰেল হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২ ৱাৰডাকে অন্তৰ্ভুক্তি আৰু মহিলাৰ অধিকাৰৰ পোষকতা কৰে। তাই কাবুলৰ।৩ৱাৰডাকে ছ'চাইটি অৱ আফগান উইমেন ইন ইঞ্জিনিয়াৰিং এণ্ড কনষ্ট্ৰাকচনৰ সভানেত্ৰী হিচাপে কাৰ্যনিৰ্বাহ কৰি আহিছে।৪ ২০১৮ চনত তেওঁ আফগান সংসদীয় নিৰ্বাচনত এখন আসনৰ বাবে প্ৰতিদ্বন্দ্বিতা কৰে।৫

বিমানবন্দৰ কৰ্তৃপক্ষই দেশলৈ প্ৰায় ২০ লাখ মূল্যৰ সোণ সৰবৰাহ কৰি থকা বুলি ধৰা পৰাৰ কিছুদিন পিছতে ২০২৪ চনৰ মে’ মাহত ভাৰতত থকা আফগানিস্তানৰ শীৰ্ষ কূটনীতিবিদৰ পদৰ পৰা তেওঁ পদত্যাগ কৰিছিল।খবৰ অনুসৰি এপ্ৰিল মাহত ডুবাইৰ পৰা অহাৰ সময়ত ৱাৰডাকক মুম্বাই বিমানবন্দৰত কৰ্তৃপক্ষই ৰখাইছিল৷ সেইসময়ত তেওঁ প্ৰায় ৫৫ পাউণ্ড সোণ কঢ়িয়াই আছিল। কূটনৈতিক ৰক্ষাকৱচৰ বাবে তেওঁক গ্ৰেপ্তাৰ কৰা হোৱা নাছিল বুলি কোৱা হৈছে যদিও সোণ জব্দ কৰা হৈছিল।৬

তথ্যসূত্ৰ

  1. ↑ (15 March 2021). First female Consul General of Afghanistan Zakia Wardak meets Warina Hussain, share motive concern on girl power. ANI News
  2. ↑ (2020-10-05). Afghanistan's First Woman Consul General in Mumbai Takes Charge, Meets Maha Governor. News18
  3. ↑ (2019-11-30). "It's time for a change—one spearheaded by Afghan women", says Zakia Wardak, advocate for gender inclusion in Afghanistan. The Financial Express
  4. ↑ Wardak, Zakia. (1 May 2017). Are The Voices of Afghan Women Really Being Heard?. TOLOnews
  5. ↑ Graham-Harrison, Emma. (2018-09-30). War took a heavy toll on her family. Now she is fighting … for Afghan democracy. the Guardian
  6. ↑ (2024-05-06). Afghan diplomat Zakia Wardak resigns after being accused of smuggling almost $2 million worth of gold into India - CBS News. www.cbsnews.com

সম্পৰ্কিত শ্ৰেণী

সমাজকৰ্মীআফগান মহিলা সমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকিয়া ৱাৰডাক” প্ৰবন্ধৰ সংশোধন ৫২৫৭৬৩ (২১ জুলাই ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।