অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ধৰ্ম আৰু দৰ্শন

জাকাত

জাকাত ( زكاة zakāt, "যিটোয়ে পৰিশুদ্ধ কৰে", আৰু زكاة ألمال, "সম্পদৰ জাকাত") হ'ল ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ এটা। প্ৰত্যেক স্বাধীন, পূৰ্ণবয়স্ক মুছলিম নৰ-নাৰীক প্ৰতি বছৰে স্বীয় আয় আৰু সম্পত্তিৰ এটা নিৰ্দিষ্ট অংশ, যদি সেয়া ইছলামী শ্বৰীয়ত নিৰ্ধাৰিত সীমা (নিছাব পৰিমাণ) অতিক্ৰম কৰে তেন্তে, গৰীব-দুঃস্থদৰ…

হালনাগাদ: ২৮ ছেপ্তেম্বৰ ২০২৩ ১২০ শব্দ · ১ মিনিট সংগৃহীত ৭৪
সংশোধনৰ পৰামৰ্শ

জাকাত ( زكاة zakāt, "যিটোয়ে পৰিশুদ্ধ কৰে", আৰু زكاة ألمال, "সম্পদৰ জাকাত"১) হ'ল ইছলাম ধৰ্মৰ পঞ্চস্তম্ভৰ এটা। প্ৰত্যেক স্বাধীন, পূৰ্ণবয়স্ক মুছলমান নৰ-নাৰীক প্ৰতি বছৰে স্বীয় আয় আৰু সম্পত্তিৰ এটা নিৰ্দিষ্ট অংশ, যদি সেয়া ইছলামী শ্বৰীয়ত নিৰ্ধাৰিত সীমা (নিছাব পৰিমাণ) অতিক্ৰম কৰে তেন্তে, গৰীব-দুঃস্থদৰ মাজত বিতৰণৰ নিয়মক জাকাত বুলা হয়।২৩ সাধাৰণতে নিৰ্ধাৰিত সীমাতিক্ৰমকাৰী সম্পত্তিৰ ২.৫ শতাংশ (২.৫%) বা (১/৪০).৪ অংশ বছৰৰ শেষত বিতৰণ কৰিবলগীয়া হয়। ইছলামৰ পঞ্চস্তম্ভৰ মাজত হজ্জ আৰু জাকাতেই একমাত্ৰ চৰ্তসাপেক্ষ যে, সেয়া সম্পদশালীসকলৰ বাবে ফৰজ বা আৱশ্যিক হয়। উল্লেখ্য, নিছাব পৰিমাণ হ'লেই জাকাত কোনো ব্যক্তিৰ উপৰত ওয়াজিব হয় আৰু তেতিয়া তাৰ উপৰত 'জাকাত' নাম ফৰজ হৈ পৰে। পৱিত্ৰ ধৰ্মগ্ৰন্থ আল কোৰআনত "জাকাত" শব্দৰ উল্লেখ আহিছে ৩২ বাৰ। কোৰআনত নামাজৰ পাছতেই আটাইতকৈ বেছি গুৰুত্বপূৰ্ণ বিষয় হিচাপে উল্লেখ আছে জাকাতৰ।৫

তথ্যসূত্ৰ

  1. ↑ Zakat Al-Maal (Tithing). Life USA
  2. ↑ Salehi, M. (2014). A Study On The Influences Of Islamic Values On Iranian Accounting Practice And Development. Journal of Islamic Economics, Banking and Finance. পৃ. 154–182
  3. ↑ Lessy, Z. (2009). Zakat (alms-giving) management in Indonesia: Whose job should it be?. La Riba Journal Ekonomi Islam
  4. ↑ Medani Ahmed and Sebastian Gianci, Zakat, Encyclopedia of Taxation and Tax Policy, p. 479-481
  5. ↑ Hallaq, Wael. (2013). The impossible state: Islam, politics, and modernity's moral predicament. Columbia University Press. পৃ. 123. ISBN 9780231162562

সম্পৰ্কিত শ্ৰেণী

ইছলাম ধৰ্ম

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “জাকাত” প্ৰবন্ধৰ সংশোধন ৩৮০৯৯৭ (২৮ ছেপ্তেম্বৰ ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।