ছাম্ফাই জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰত অন্যতম। জিলাখনৰ উত্তৰ দিশত মণিপুৰ ৰাজ্যৰ চুৰাচান্দপুৰ জিলা; পশ্চিমে চৈতুৱেল আৰু চেৰচিপ জিলা; দক্ষিণ আৰু পূবে ম্যানমাৰ অৱস্থিত। এই জিলাখনৰ আয়তন হৈছে ৩,১৮৫.৮৩ কিলোমিটাৰ (১,২৩০.০৬ বৰ্গমাইল)। ছাম্ফাই জিলাখনৰ প্ৰশাসনিক সদৰ।১
তথ্যসূত্ৰ
- ↑ (2011). District Census 2011. Census2011.co.in
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাম্ফাই জিলা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৮ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।