অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
সমাজ আৰু জীৱনধাৰা

ছাব্ৰিনা ছাকিব

ছাব্ৰিনা ছাকিব (Sabrina Saqeb) এগৰাকী আফগান ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল। ২০০৯ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ে শ্বিয়া ব্যক্তিগত আইন সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ আৰু আয়োজন কৰাত তেওঁ সহায় কৰে৷ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেওঁ…

হালনাগাদ: ২ মাৰ্চ ২০২৫ ১২৩ শব্দ · ১ মিনিট সংগৃহীত ৫৬
সংশোধনৰ পৰামৰ্শ

ছাব্ৰিনা ছাকিব (Sabrina Saqeb) এগৰাকী আফগান ৰাজনীতিবিদ যিয়ে ২০০৫ চনৰ পৰা ২০১০ চনলৈকে সংসদৰ সদস্য হিচাপে কাৰ্যনিৰ্বাহ কৰিছিল।১২৩৪ ২০০৯ চনত আফগান ৰাষ্ট্ৰপতি হামিদ কাৰ্জাইয়ে শ্বিয়া ব্যক্তিগত আইন সম্পৰ্কীয় আইনখনৰ বিৰুদ্ধে প্ৰতিবাদত অংশগ্ৰহণ আৰু আয়োজন কৰাত তেওঁ সহায় কৰে৷ সক্ৰিয় অংশগ্ৰহণৰ জৰিয়তে তেওঁ সেইসময়ত সংবাদ মাধ্যম আৰু জনতাৰ দৃষ্টি আকৰ্ষণ কৰে৷ যদিও প্ৰতিবাদত অংশ লোৱা ছাব্ৰিনাৰ সতীৰ্থ একাংশ প্ৰতিবাদকাৰীয়ে তেওঁলোকৰ স্থিতি আৰু প্ৰতিবাদী কণ্ঠৰ বাবে আফগান পুৰুষৰ পৰা আক্ৰমণৰ সন্মুখীন হয়।২৪অন্যান্য বিষয়ৰ লগতে এই আইন অনুসৰি মহিলাসকলে স্বামীৰ সৈতে নিৰ্দিষ্ট সময়ৰ মূৰে মূৰে যৌন সম্পৰ্ক স্থাপন কৰিব লাগিব আৰু মহিলাসকলে ঘৰৰ পৰা ওলোৱাৰ আগতে পুৰুষৰ পৰা অনুমতি ল'ব লাগিব।২ সংসদত কাৰ্যকাল সম্পূৰ্ণ কৰাৰ পিছত ছাকিবে "মহিলা, শান্তি আৰু নিৰাপত্তাৰ বাবে গৱেষণা প্ৰতিষ্ঠান" নামৰ এটা সংস্থাৰ সহ-প্ৰতিষ্ঠা কৰে৷ ইয়াৰ লগতে তেওঁ নাৰীৰ অধিকাৰৰ পোষকতা কৰে।৩

তথ্যসূত্ৰ

  1. ↑ Bobin, Frédéric. (12 September 2009). Sabrina Saqeb, députée à la pointe du combat des femmes en Afghanistan. Le Monde
  2. ↑ Najafizada, Shoib; Gebauer, Matthias. (3 March 2009). Legalized Oppression of Women: Western Outrage over Discriminatory Afghan Law. Spiegel
  3. ↑ Loshkin, Anna. (25 May 2014). Afghanistan’s Women Emerge. The Diplomat
  4. ↑ (16 April 2009). Women protesting at 'pro-rape' law attacked by Afghan men. The Independent

সম্পৰ্কিত শ্ৰেণী

আফগান মহিলা সমাজকৰ্মীসমাজকৰ্মী

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাব্ৰিনা ছাকিব” প্ৰবন্ধৰ সংশোধন ৪৮৫৬৬৭ (২ মাৰ্চ ২০২৫)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।