অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
ভূগোল আৰু ঠাই

ছাইহা জিলা

ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।

হালনাগাদ: ৩ জুলাই ২০২৩ ৩৮ শব্দ · ১ মিনিট সংগৃহীত ৬৯
সংশোধনৰ পৰামৰ্শ

ছাইহা জিলা, ভাৰতৰ মিজোৰাম ৰাজ্যৰ এঘাৰখন জিলাৰ ভিতৰৰ এখন জিলা। জিলাখনৰ উত্তৰ-পশ্চিমে লুংলে জিলা; উত্তৰ আৰু পশ্চিমে লঙট্লাই জিলা আৰু দক্ষিণ আৰু পূবে ম্যানমাৰ। জিলাখনৰ আয়তন হৈছে ১৩৯৯.৯ কিলোমিটাৰ। ছাইহা চহৰখন মাৰা স্বায়ত্তশাসিত জিলা পৰিষদৰ প্ৰশাসনিক মুখ্য কাৰ্যালয়।১

তথ্যসূত্ৰ

  1. ↑ About district - Siaha District. siaha.nic.in

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছাইহা জিলা” প্ৰবন্ধৰ সংশোধন ৩৭০৭৪৪ (৩ জুলাই ২০২৩)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।