অসমীয়া বিশ্বকোষঅসম আৰু অসমীয়া ভাষাৰ জ্ঞানকোষ
জীৱনী

ছফিয়া হায়াত

ছফিয়া হায়াত এগৰাকী ইংৰাজ গায়িকা, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব ভাৰতীয় টেলিভিছন আৰু চিনামাত অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত বিগ বছ ৭, বিগ ব্ৰাদাৰৰ ভাৰতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল।

হালনাগাদ: ১৭ জুন ২০২৬ ২৭১ শব্দ · ২ মিনিট সংগৃহীত ৭৯
সংশোধনৰ পৰামৰ্শ

ছফিয়া হায়াত এগৰাকী ব্ৰিটিছ গায়িকা, অভিনেত্ৰী আৰু টেলিভিছন ব্যক্তিত্ব ভাৰতীয় টেলিভিছন আৰু চিনামাত অভিনয়ৰ বাবে পৰিচিত। ২০১৩ চনত বিগ বছ ৭, বিগ ব্ৰাদাৰৰ ভাৰতীয় সংস্কৰণত অংশগ্ৰহণ কৰিছিল।

প্ৰাথমিক আৰু ব্যক্তিগত জীৱন

১৯৭৪ চনত কেণ্টৰ গ্ৰেভচেণ্ডত ডাঙৰ-দীঘল হোৱা ছফিয়া হায়াটে পাকিস্তানী আৰু ভাৰতীয় ঐতিহ্যৰ আৰু ব্ৰাইটন বিশ্ববিদ্যালয়ৰপৰা পৰিৱেশন কলাৰ ডিগ্ৰী লাভ কৰে।১

ডিচনাৰড° হাউ আই এস্কেপড এণ এৰেঞ্জড মেৰেজ এণ্ড চাৰ্ভাইভড এণ অনাৰ কিলিং টু বিকম এ ষ্টাৰ (২০০৯; জন ব্লেক পাব্লিছিং লিমিটেড)ত তেওঁ পাকিস্তানত বলপূৰ্বকভাৱে আয়োজিত বিবাহকে ধৰি তেওঁৰ ৰক্ষণশীল পৰিয়ালৰ সৈতে তেওঁৰ অশান্ত সম্পৰ্ক আৰু কেনেকৈ ইয়াৰপৰা (পৰৱৰ্তী পৰিকল্পিত অনাৰ কিলিংকে ধৰি) পলায়ন কৰি মনোৰঞ্জনৰ ক্ষেত্ৰত কেৰিয়াৰ আৰম্ভ কৰিছিল সেই বিষয়ে আলোচনা কৰিছে।

২০১৭ চনৰ এপ্ৰিল মাহত ৰোমানিয়াৰ ভ্লাড ষ্টেনেস্কুৰ সৈতে বিবাহপাশত আবদ্ধ হয় যদিও এবছৰৰ পাছত তেওঁলোকৰ বিচ্ছেদ হয়। হায়াতে দাবী কৰে যে তেওঁ তাইৰ লণ্ডনৰ সম্পত্তিৰপৰা কেলেংকাৰী কৰি উলিয়াই আনিবলৈ চেষ্টা কৰিছিল।

সংবাদ মাধ্যমৰ কৰ্মজীৱন

২০১২ চনৰ জুলাই মাহত ভ’গ ইটালিয়াই হায়াতক নতুন "কাৰ্ভি আইকন" হিচাপে নামকৰণ কৰে।২ ২০১৩ চনৰ ছেপ্টেম্বৰ মাহত এফ এইচ এমৰ বিশ্বৰ আটাইতকৈ আবেদনময়ী মহিলাৰ তালিকাত হায়াতে ৮১ নম্বৰ স্থান লাভ কৰিছিল।৩

২০১৩ চনত তেওঁ বিগ বছ ৭ৰ এগৰাকী প্ৰতিযোগী আছিল।৪ তেওঁ ৱাইল্ড কাৰ্ড এণ্ট্ৰি হিচাপে প্ৰৱেশ কৰিছিল যদিও ২০১৩ চনৰ ৮ ডিচেম্বৰত (৮৪ তম দিন) ১২ তম সপ্তাহত খেলৰপৰা বাহিৰ হয়।৫

তেওঁ ডিছঅ’নাৰ আৰু ৱিজডম অফ দ্য মাদাৰ নামৰ দুটা সংগীত এলবাম মুক্তি দিছে।

আধ্যাত্মিকতা

২০১৬ চনৰ জুন মাহত হায়াতে ঘোষণা কৰে যে তেওঁ আধ্যাত্মিকতা গ্ৰহণ কৰিছে আৰু এগৰাকী সন্ন্যাসিনী হৈছে। তেওঁ গায়া ছফিয়া মাদাৰ নাম গ্ৰহণ কৰিছিল।৬

টেলিভিছন

বৰ্ষনামচৰিত্ৰটোকাৰেফাৰেন্স
২০০২জী মিউজিক টিভি স্কাইউপস্থাপিকা
২০০৩এটচ’লিউট পাৱাৰশান্তি
২০০৪বলিউড ষ্টাৰপ্ৰতিযোগী
২০০৫ফুটবলাৰ্ছ ৱাইভ্ছ: অভাৰটাইমজুকি
২০০৮ৱাটাৰলু ৰোডজ’নছ
২০০৯ফাৰ টিভিলুচিয়া
২০১০জনাথন ক্ৰীকচেলিমা এল চৰদ
২০১২ছুপাৰডুডঘোষিকাঅস্মিত পেটেল আৰু মধুৰা নাইকৰ সৈতে
২০১৩ৱেলকাম – বাজী মেহমান নাৱাজী কীপ্ৰতিযোগী
বিগ বছ ৭৮৪ তম দিনত বিদায় লয়
২০১৪দ্য মিডনাইট বিষ্টস্লোমেনৰ পত্নী
২০১৬কমেডী নাইটছ বচাওঅতিথিৰাখী সাৱন্তৰ সৈতে

চলচ্চিত্ৰপঞ্জী

  • ২০০৭ এক্সিটজ — বিউটিৰ চৰিত্ৰত
  • ২০০৮ কেছ এণ্ড কাৰী — ধৰ্মীৰ চৰিত্ৰত
  • ২০০৯ দ্য আনফৰ্গেটেবল
  • ২০১২ ডায়েৰী অফ এ বাটাৰফ্লাই — কেৰলৰ চৰিত্ৰত
  • ২০১২ নাচলে লণ্ডন — ৰাণীৰ চৰিত্ৰত
  • ২০১৩ বলিউড কাৰমেন (বিবিচিৰ বাবে) — ছফিয়াৰ চৰিত্ৰত
  • ২০১৬ চিক্স এক্স — অস্মিত পেটেলৰ প্ৰেয়সীৰ চৰিত্ৰত
  • ২০১৭ অক্সৰ ২৭

ডিস্ক’গ্ৰাফী

  • ২০১৫ "মেই লড়কী হুঁ" (সংগীত ভিডিঅ')

বাহ্যিক সংযোগ

তথ্যসূত্ৰ

  1. ↑ (19 March 2011). Hollywood model, singer and actress Sofia Hayat who is in India for a shoot of her debut hindi film Dairy of a Butterfly is a big fan of cricket. She is half Indian and half Pakistani born and brought up in London. Shiva a well known hair stylist made Octopus Paul on head of Sofia Hayat in Mumbai recently. The Times of India
  2. ↑ Veronica Bottasini. Sofia Hayat. Vogue
  3. ↑ 81. Sofia Hayat – FHM. Fhmindia.com
  4. ↑ (31 October 2013). I am quite childish, says Sofiya Hayat before entering Bigg Boss house. DNA.com
  5. ↑ Coutinho, Natasha. (9 December 2013). 'Tanisha needs a wake-up call', says Sofia Hayat
  6. ↑ Tiwari, Vijaya. Sofia Hayat reveals why she turned into a nun, displays silicon implants removed from breasts. The Times of India
  7. ↑ Bollywood - Taja Khabrein. tajakhabrein.com

সম্পৰ্কিত শ্ৰেণী

বৃটিছ মহিলাভাৰতীয় অভিনেত্ৰীগায়িকা

উৎস আৰু অনুজ্ঞাপত্ৰ

উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “ছফিয়া হায়াত” প্ৰবন্ধৰ সংশোধন ৬১২৬৭৮ (১৭ জুন ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।