চেল্ভিয়া মিচেলা, এবিধ একবৰ্ষী তৃণজাতীয় উদ্ভিদ, যাক ইংৰাজীত সাধাৰণতে ট্ৰপিকেল ছেইজ (Tropical sage) বুলি জনা যায়। ই সমগ্ৰ ক্ৰান্তীয় আমেৰিকাত গজে আৰু প্ৰায়ে সাগৰ পৃষ্ঠৰপৰা ২,২০০ মিটাৰ (৭,২০০ ফুট) উচ্চতালৈকে থকা অৰ্ধ-শুষ্ক অঞ্চলৰ জোপোহা জংঘল বা বিঘ্নিত ভূমিত পোৱা যায়। এই উদ্ভিদবিধ চেল্ভিয়া অক্সিডেণ্টালিচ্ (Salvia occidentalis)-ৰ সৈতে একে আৰু সম্ভৱতঃ ইয়াৰ ওচৰ সম্পৰ্কীয়। ইয়াৰ বৃতিমণ্ডল (Calyx) দীঘল (৭ মিলিমিটাৰ (০.২৮ ইঞ্চি)) আৰু ফুলবোৰ ৫ মিলিমিটাৰ (০.২০ ইঞ্চি) জোখৰ তথা নীলা ৰঙৰ হয়।১
বাহ্যিক সংযোগ
- jsessionid=CC351DC6439A4B22D3038920AC936EF1?id=456714-1&back_page=%2Fipni%2FeditSimplePlantNameSearch.do%3Bjsessionid%3DCC351DC6439A4B22D3038920AC936EF1%3Ffind_wholeName%3DSalvia%2Bmisella%26output_format%3Dnormal IPNI Plant Names Index
- USDA Plants Profile
তথ্যসূত্ৰ
- ↑ Wood, J. R. I.; Harley, R. M. (1989). The Genus Salvia (Labiatae) in Colombia. Kew Bulletin. Springer. পৃ. 220
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চেল্ভিয়া মিচেলা” প্ৰবন্ধৰ সংশোধন ৬২৪০৩৮ (৭ আগষ্ট ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।