চি আৰ বিজয়াকুমাৰী (C. R. Vijayakumari; ১৯৫৩ চনৰ পৰা ২০০৩ চনলৈ সক্ৰিয় হৈ থকা তামিল চলচ্চিত্ৰৰ এগৰাকী অভিনেত্ৰী।
কৰ্মজীৱন
বিজয়াকুমাৰীয়ে মোহনা নামেৰে আত্মপ্ৰকাশ কৰিছিল। পৰৱৰ্তী সময়ত বিজয়াকুমাৰী নাম বাছি লোৱা হয়। তেওঁ নিজকে পতিয়ন যোগ্যভাৱে অভিনয় কৰা চৰিত্ৰলৈ ৰূপান্তৰিত কৰাৰ ক্ষমতাৰ বাবে পৰিচিত। তেওঁৰ তামিল উচ্চাৰণ আৰু সংলাপ প্ৰদানৰ বাবে তেওঁ বিখ্যাত। কুমুদম, সাৰদা, কুমগুম, নানুম অৰু পেন সন্থী, আনন্দী, অৱন পিথন, আল্লী, থেদি ৱান্থা থিৰুমাগল, পাচাই ভিলাক্কু, পাৰ মাগালে পাৰ, কাককুম কৰংগল, পুলিচকৰন মগল, কোডিমালাৰ, আৰু আলায়মণি আদি ছবিত কৰা অভিনয়ৰ বাবে তেওঁ শ্ৰেষ্ঠত্ব দিয়া হয়। পুম্পুহাৰ ছবিত কন্নাগীৰ চৰিত্ৰটো তেওঁৰ অন্যতম শ্ৰেষ্ঠ অভিনয়। এম কৰুণানিধিৰ দ্বাৰা ৰচিত এই ছবিখনত তেওঁ প্ৰক্ষেপ কৰা সংলাপ আজিলৈকে এগৰাকী অভিনেত্ৰীয়ে প্ৰক্ষেপ আটাইতকৈ দীঘলীয়া সংলাপ হিচাপে গণ্য কৰা হয়।১
বাহ্যিক সংযোগ
- Vijayakumari Filmography. filmibeat.com
তথ্যসূত্ৰ
- ↑ Vijayakumari Biography. profiles.lakshmansruthi.com
উৎস আৰু অনুজ্ঞাপত্ৰ
উৎস: অসমীয়া ৱিকিপিডিয়া। এই প্ৰবন্ধটো অসমীয়া ৱিকিপিডিয়াৰ “চি আৰ বিজয়াকুমাৰী” প্ৰবন্ধৰ সংশোধন ৬৩৯৬২২ (২৯ ছেপ্তেম্বৰ ২০২৬)ৰ পৰা আনি অসমীয়া বিশ্বকোষৰ গাঁথনিলৈ ৰূপান্তৰ কৰা হৈছে। মূল লেখকসকলৰ তালিকা সম্পাদনা-ইতিহাসত উপলব্ধ। পাঠ্য CC BY-SA 4.0।